• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

মকৰ সংক্ৰান্তি উপলক্ষে পঁচিশ হাজাৰতকৈয়ো অধিক তীৰ্থযাত্ৰীয়ে ভ্ৰমণ কৰিলে পৰশুৰাম কুণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 7:36 am
পৰশুৰাম কুণ্ড মেলাঃ ফাইল ফটো

পৰশুৰাম কুণ্ড মেলাঃ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত অৱস্থিত পৰশুৰাম কুণ্ডত দেওবাৰে মকৰ সংক্ৰান্তিৰ দিনটোত দেশ-বিদেশৰ ২৫,০০০ কৈয়ো অধিক তীৰ্থযাত্ৰী তথা পৰ্যটকে ভ্ৰমণ কৰে তথা পৱিত্ৰ স্নানত ভাগ লয়।

ৰাজ্যখনৰ জনসংযোগ বিভাগৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। তদুপৰি ৱাক্ৰোৰ অতিৰিক্ত সহকাৰী আয়ুক্ত ডি ৰিবাইও এই তথ্য সদৰি কৰিছে। ৰিবা পৰশুৰাম কুণ্ড মেলাৰ দায়িত্বত আছে।

Apply Now

‘’অৱশ্যে ভ্ৰমণ কৰা তীৰ্থযাত্ৰী তথা পৰ্যটকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে কিয়নো উক্ত আগবঢ়োৱা তথ্য কেৱল ৱাক্ৰো মহকুমাৰহে। তেজু-তোহানগাম পথৰে অহা পৰ্যটক তথা তীৰ্থযাত্ৰীৰ সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই,’’-প্ৰতিবেদনত এইবুলি প্ৰকাশ পাইছে।

মেলাৰ দায়িত্বত থকা বিষয়া ডি ৰিবাই জনায় যে এতিয়ালৈকে ১২১১ খন গাড়ী ৱাক্ৰো পৰীক্ষণ চকীৰে প্ৰৱেশৰ পঞ্জীয়ন হৈছে। ইয়াৰ ভিতৰত ২২৯ খন ডাঙৰ যাত্ৰীবাহী গাড়ী, ১১৩ খন মজলীয়া আৰু ৮৪৯ খন সৰু গাড়ী আছে।

পৰশুৰাম কুণ্ডত বাহৰ পাতি থকা লোহিত জিলাৰ উপায়ুক্ত কৰ্মা লেকিয়ে এই মেলাখন সফল আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। তেওঁ কুণ্ড ক্ষেত্ৰত সকলোবোৰ আয়োজন তথা কাম কাজৰ তদাৰক কৰিছে।

পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি অসামৰিক আৰক্ষীৰ লগতে চিআৰপিএফ আৰু আইআৰবি জোৱানক শান্তি শৃংখলা বজাই ৰখাৰ বাবে নিয়োগ কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন বেচৰকাৰী সংস্থা তথা ৱাক্ৰোৰ এখন স্কুলৰ স্বেচ্ছাসেৱকসকলে কৰ্তৃপক্ষক সহায় কৰিছে।

লোহিত জিলাৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে যে পৰশুৰাম কুণ্ড মেলাৰ পোনপোটীয়া প্ৰচাৰ www.lohittourism.in নামৰ ৱেৱচাইটৰ যোগেদি কৰা হৈছে। সেনা, আইটিবিপি আৰু অসামৰিক প্ৰশাসনে অস্থায়ী চিকিৎসা শিৱিৰ তথা চিকিৎসা কেন্দ্ৰ স্থাপন কৰিছে।

বৰ্তমানলৈকে পৰশুৰাম কুণ্ডত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতৰ উদ্ভৱ হোৱা নাই। চুবুৰীয়া ৰাজ্য অসমৰ পৰাও বহু পৰ্যটক এই মেলাত যোগদান কৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm
সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

সলনি হ’ব নেকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নাম? ক্ৰীড়া মন্ত্ৰালয়ৰ কাষ চাপিল কৰ্তৃপক্ষ

June 20, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd