• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰত স্থাপন হ’ব উত্তৰ -পূবৰ প্ৰথমটো জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰ

ছভাপতি ছামম by ছভাপতি ছামম
March 15, 2018 1:10 pm
Director-Prof-Sahoo-explaining-to-visitors-
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৈৱ-সম্পদ আৰু বহনক্ষম বিকাশ প্ৰতিষ্ঠানৰ (আই বি এছ ডি) উদ্যোগত মণিপুৰত এটি জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰ এটি স্থাপন কৰা হ’ব। ইম্ফলৰ উত্তৰে প্ৰায় ১৬ কি:মি: নিলগত থকা পাহাৰৰ পাদদেশত অৱস্থিত নয়নাভিৰাম হাৰাওৰাও গাঁৱত এই জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰটো স্থাপন কৰা হ’ব।

উল্লেখযোগ্য যে এই জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এনেধৰণৰ একমাত্ৰ কেন্দ্ৰ হ’ব।

Apply Now

উদ্ভিদ বিজ্ঞানৰ অধ্যাপক, ৭খন মহাদেশ ভ্ৰমণৰ অভিজ্ঞতাপুষ্ট ব্যক্তি এই প্ৰতিষ্ঠানটোৰ সঞ্চালক ড০ দীনবন্ধু ছাহুৱে কয়, ‘ইয়াৰ পূৰ্বে কলাকৰ্ষিত বৃক্ষসমূহ বাংগালুৰু আৰু হাইদৰাবাদ আদি ঠাইৰ পৰা আমদানি কৰা হৈছিল।

ড০ দীনবন্ধু ছাহুৱে আৰু কয় যে ইয়াত উপলব্ধ জৈৱ-সম্পদসমূহ কেন্দ্ৰটোৰ হেলিপেডৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানলৈ লৈ যোৱাৰ সুবিধা আছে। জল সংৰক্ষণ, মৎস পালন, কলাকৰ্ষণ, কৃষকৰ প্ৰশিক্ষণ ইত্যাদিৰ সুবিধা মাত্ৰ এই কেন্দ্ৰতহে একেলগে পোৱা যায় বুলি তেওঁ মন্তব্য কৰিছে।

ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, কেন্দ্ৰটোৰ উদ্যোমী সঞ্চালকগৰাকীৰ প্ৰাণ প্ৰাচুৰ্যভৰা নেতৃত্বত আই বি এছ ডিৰ দলটোৱে প্ৰায় ৪০ একৰ এলেকা বিয়পা, পাহাৰৰ গাতে লাগি থকা বিস্তীৰ্ণ কৃষিভূমিৰ এই এলেকাটোত গৱেষণা কেন্দ্ৰটোক এটা বহনক্ষম বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আগবাঢ়িছে।

উত্তৰ-পূৰ্বাঞ্চলত ভাৰতৰ প্ৰথমটো চেৰী ফুল উৎসৱ : ২০১৬  অনুষ্ঠিত কৰাত অগ্ৰণী ভূমিকা লোৱা, গৱেষণা  কেন্দ্ৰটোৰ সঞ্চালক  অধ্যাপক ছাহুৱে তেখেতৰ কেন্দ্ৰটোৰ  বৈজ্ঞানিকসকলৰ সহযোগত বুধবাৰে এটি মাছৰ পোনা উৎপাদনস্থলী, উন্নত প্ৰযুক্তিসম্পন্ন কলাকৰ্ষণ আৰু  কঠিনকৰণ সা-সুবিধাযুক্ত গৱেষণাস্থলীৰ আধাৰশিলা স্থাপন কৰে।

বিশ্বৰ প্ৰথমখন কাৰ্বনগ্ৰাহী গাড়ীৰ বিকাশ সাধন কৰা অধ্যাপক ছাহুৱে কৈছে যে এই কেন্দ্ৰটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতেই প্ৰথমটো বাণিজ্যিকভিত্তিক কলাকৰ্ষণ আৰু কঠিনকৰণ সা-সুবিধাযুক্ত গৱেষণাগাৰ হ’ব আৰু পৰিকল্পনা অনুযায়ী ইয়াৰ পৰা বছৰি অতি কমেও ৮ লাখ উদ্যান শস্যৰ পুলি অত্যাধিক ৰেহাই মূল্যত কৃষক আৰু জনসাধাৰণক যোগান ধৰা হ’ব।

তেখেতে আৰু কয় যে প্ৰতিষ্ঠানটোৰ উদ্যানখন হৈছে যথার্থ  বহনক্ষম বিকাশৰ এটা নমুনা য’ত মুঠ ২৫০জন কৃষকক জৈৱ-সম্পদ উদ্যোগ বিকাশৰ অধীনত মাত্ৰ এটা প্ৰজাতিৰ কপৌফুলৰ (ডেণ্ড্ৰোবিয়াম)ওপৰত প্ৰশিক্ষণ দিয়া হৈছিল।

বিগত তিনি বছৰ ধৰি আই বি এছ ডিৰ দলটোৱে ইতিমধ্যে কৃষকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ প্ৰয়োজনৰ ভিত্তিত  কাম কৰি আছে। এই কেন্দ্ৰটোৱে ছাউথ কোৰিয়াৰ  নাকদংগাং নেশ্যনেল ইন্সটিটিউট অৱ বায়লজিকেল ৰিছাৰ্চ, বেলজিয়ামস্থিত ভিশ্যন অৱ টেকন’লজি, মেঘালয় চৰকাৰ, ভূৱনেশ্বৰৰ ইন্সটিটিউট অৱ লাইফ ছাইন্স আদি ভালেকেইটা বিখ্যাত প্ৰতিষ্ঠানৰ সৈতে জৈৱ-সম্পদ উদ্ঘাটন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত যুটীয়া গৱেষণা কৰাৰ বাবে বুজাপৰা চুক্তিত স্বাক্ষৰ কৰিছে।

যোৱা মাহত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে বৃহত্তম নিৰ্মল পানীৰ জলাধাৰ  লগটাক হ্ৰদত এই কেন্দ্ৰটোৱে প্ৰথমবাৰৰ বাবে ভাসমান গৱেষণাগাৰ স্থাপন কৰিছে।

ছভাপতি ছামম

ছভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd