• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰত ৪০ টা সোণৰ মোহৰ জব্দঃ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 9:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ টেঙনওপল জিলাৰ পৰা আৰক্ষীয়ে কালি ৪০ টা সোণৰ মোহৰ জব্দ কৰিছে আৰু এই সম্পৰ্কত দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা সোণখিনিৰ মূল্য হ’ব প্ৰায় ১.৭ কোটি টকা।

জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিব দিয়া মতে কালি টেঙনওপল আৰক্ষী থানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ ১ নং এছিয়ান ঘাইপথৰ লগতে দুখন গাড়ী ৰখাই থোৱা অৱস্থাত আৰক্ষীয়ে সন্দেহবশত: তালাচী চলাই এখন গাড়ীৰ পৰা সোণৰ মোহৰৰ দুটা পেকেট উদ্ধাৰ কৰে।

Apply Now

পেকেটত মুঠতে ৪০ টা সোণৰ মোহৰ আছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই সোমখিনিৰ মূল্য প্ৰায় ১.৭ কোটি টকা হ’ব বুলি জানিব দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।

আৰক্ষীৰ জেৰাত গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজনে স্বীকাৰ কৰিছে যে সোণখিনি ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল। গাড়ী দুখন ভাৰত-ম্যানমাৰ সীমান্তৰ ম’ৰেৰ পৰা ইম্ফল অভিমুখে আহিছিল।

ধৃত ব্যক্তি দুজনৰ পৰা দুটা মোবাইল ফোন আৰু সমসংখ্যক আধাৰ কাৰ্ড  আৰক্ষীয়ে জব্দ কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াভাৱে ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত চোৰাং বেহাৰ মাত্ৰা বৃদ্ধি পাইছে আৰু প্ৰায়েই এনেধৰণৰ মূল্যৱান সামগ্ৰীৰ লগতে নিষিদ্ধ দ্ৰব্য আদি নিয়মিতভাৱে আৰক্ষীয়ে জব্দ কৰাৰ বাতৰি পোৱা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্টাৰনেট অবিহনেই চাব পাৰিব লাইভ টিভি : ভাৰতত মুকলি কৰা হ’ল বিশেষ ডি২এম ফোন

ইণ্টাৰনেট অবিহনেই চাব পাৰিব লাইভ টিভি : ভাৰতত মুকলি কৰা হ’ল বিশেষ ডি২এম ফোন

June 13, 2026 10:33 am
FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

June 13, 2026 10:02 am
নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

June 13, 2026 8:43 am
‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্টাৰনেট অবিহনেই চাব পাৰিব লাইভ টিভি : ভাৰতত মুকলি কৰা হ’ল বিশেষ ডি২এম ফোন

ইণ্টাৰনেট অবিহনেই চাব পাৰিব লাইভ টিভি : ভাৰতত মুকলি কৰা হ’ল বিশেষ ডি২এম ফোন

June 13, 2026 10:33 am
FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

June 13, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd