• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ ইম্ফলত মুকলি ‘আয়ুছ স্প’ৰ্টছ মেডিচিন’

চভাপতি চামম by চভাপতি চামম
March 28, 2018 9:53 am
launching-of-Sports-Medicine-in-Imphal-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে মণিপুৰৰ ইম্ফলত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু ক্ৰীড়া বিভাগে যুটীয়াভাবে মুকলি কৰে ‘আয়ুছ স্প’ৰ্টছ মেডিচিন’ ।

ইম্ফলৰ খুমান লামপাক ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত এই মুকলি অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এল জয়ন্তকুমাৰ সিং আৰু ক্ৰীড়া আৰু যুৱ মন্ত্ৰী লেটপাও হাওকিপ উপস্থিত থাকে।

Apply Now

মন্ত্ৰী জয়ন্তকুমাৰ সিঙে আয়ুছ সম্পৰ্কে জানিবলৈ, বুজিবলৈ আৰু ইয়াৰ উপকাৰিতা সম্পৰ্কে খেলুৱৈসকলক পৰামৰ্শ আগবঢ়ায়। লগতে কয় যে এনেকুৱা কিছুমান খেল আছে য’ত মনৰ একাগ্ৰতা অতিশয় দৰকাৰী।

মন মগজুৰ প্ৰশিক্ষণ তথা শক্তি প্ৰদানৰ বাবে যোগাসন উৎকৃষ্ট মাধ্যম বুলিও মন্ত্ৰী সিঙে তেওঁৰ ভাষণৰ জৰিয়তে উল্লেখ কৰে। ইয়াৰ উপৰি ৰাজ্যৰ খেলুৱৈসকলৰ কল্যাণৰ বাবে সকলো প্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে সিঙে।

আনহাতে ক্ৰীড়া আৰু যুৱ মন্ত্ৰী লেটপাও হাওকিপে তেওঁৰ ভাষণৰ জৰিয়তে নৱ প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনায়। খেলুৱৈসকলে উন্নত কেৰিয়াৰৰ গঢ়িবলৈ হ’লে উচিত শিক্ষাৰ আৱশ্যক। ক্ৰীড়া ক্ষেত্ৰত জড়িত থাকিলে বিভিন্ন চাকৰি পোৱাৰো সুবিধা থাকে বুলি কয় ক্ৰীড়া মন্ত্ৰীয়ে।

ইফালে ৰাজ্যখনৰ ক্ৰীড়া সন্থা আৰু বিষয়াসকলৰ মাজত চলি থকা বিতৰ্ক সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰী হাওকিপে খেলুৱৈসকলক অন্য কথাত গুৰুত্ব প্ৰদান নকৰি কেৱল খেলতহে মনেনিৱেশ কৰিবলৈ অনুৰোধ জনায়।

কালি ‘আয়ুছ স্প’ৰ্টছ মেডিচিন’ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ প্ৰায় ১২০০ খেলুৱৈৰ মাজত এই আয়ুছ স্প’ৰ্টছ মেডিচিন কীটছ বিতৰণ কৰা হয়।

এই অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ বিভাগৰ সঞ্চালক এন প্ৰাভিন সিং, আয়ুছৰ সঞ্চালক ড০ এ গুণেশ্বৰ শৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ড০ কে ৰাজো সিং আৰু আয়ুছৰ অতিৰিক্ত সঞ্চালক ৱাই লুখই সিং উপস্থিত থাকে।

ইয়াৰ উপৰি অনুষ্ঠানটোত উপস্থিত থাকে ইম্ফলস্থিত নেশ্যনেল স্প’ৰ্টছ একাডেমিৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰশিক্ষক, ক্ৰীড়া বিভাগৰ বিষয়া আৰু আয়ুছৰ বিষয়ববীয়া।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd