• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰৰ সেনাপতি জিলাৰ পুৰুল গাৱঁত ধান আৰু মৎস পালন ক্ষেত্ৰ নিৰ্মাণ

সভাপতি চামম by সভাপতি চামম
April 17, 2018 9:59 pm
Paddy cum Fish cultivation fields of Purul village
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকৰ আয় আগন্তুক ২০২২ চনৰ ভিতৰত দুগুণ কৰাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱায়িক কৰাৰ বাবে সুসংবদ্ধ কৃষি ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। এই উদ্দেশ্যে মণিপুৰৰ সেনাপতি জিলাৰ পুৰুল গাৱঁত ধান আৰু মৎস পালন ক্ষেত্ৰ এটাৰ নিৰ্মাণ কৰা হৈছে।

মণিপুৰৰ ইৰোইছেম্বাৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এম প্ৰেমজিতে কৈছে যে অঞ্চলটোত সুসংবদ্ধ কৃষি ব্যৱস্থাৰ সফল ৰূপায়ণৰ বাবে জলবায়ু নিৰপেক্ষতা সহ গুণগতমান বিশিষ্ট বীজ, ৰোপন কৰা আহিলা, বৰষুণৰ পানী জমাকৰণ ব্যৱস্থা ইত্যাদিৰ প্ৰযোজন। তেওঁ জনাইছে যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমূহত সুসংবদ্ধ কৃষি ব্যৱস্থা বাস্তৱায়িত কৰাৰ  বাবে গৱেষণাভিত্তিক সমাধানসূত্ৰ জমা দিছে।

Apply Now

কিন্তু উপযুক্ত জলসিঞ্চন ব্যৱস্থা অবিহনে চৰকাৰে কেবল উন্নত মানৰ বীজ যোগান ধৰিলেই নহ’ব। বৰষুণৰ পানী জমাকৰণৰ (অথবা নিজৰাৰ পানী জমাকৰণ) সুবিধা অবিহনে জলসিঞ্চন সুবিধা প্ৰদান কৰাটো কঠিন।

উন্নত মানদণ্ডৰ বীজৰ উচ্চ চাহিদাৰ কথাটো বিৱেচনা কৰি কৃষকসকলৰ সহযোগত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এন্দ্ৰো এলেকাত ১৫০-১৭০ মেট্ৰিক টন উন্নত মানৰ ধানৰ বীজ উৎপাদনৰ উদ্যোগ গ্ৰহণ কৰিছে।

ইয়াৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ১৩খন কৃষি, জীৱজন্তু পালন আৰু মৎস পালনৰ  ১৩ খন হাবিদ্যালয়ৰ ৭ খনৰ সহযোগত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কেতবোৰ দক্ষতা বিকাশৰ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।

অধ্যাপক ৰতন কুমাৰে কৈছে যে সুসংবদ্ধ কৃষি ব্যৱস্থাই ঝুম খেতি হ্ৰাস কৰিব।

২০১৭ চনৰ হিচাপ মতে মণিপুৰৰ মুঠ ঝুম খেতিৰ এলেকা প্ৰায় ১,২২,১৪৭ হেক্টৰ আৰু প্ৰায় ৪ লাখ পৰিয়াল ঝুম খেতিৰ ওপৰত নিৰ্ভৰশীল।

মণিপুৰ বিশ্ববিদ্যালয়ত সদ্য সমাপ্ত ভাৰতীয় বিজ্ঞান সমাৱেশত কৃষি মহাবিদ্যালয়ৰ ডীন ইউ কে বেহেৰা চি এ ইউ, মেঘালয়ে কৈছে যে সুসংবদ্ধ কৃষি ব্যৱস্থাই কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিব পাৰে।

এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুমলৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে। ইয়াৰ বাবে চৰকাৰে উৎপাদন বৃদ্ধি, ইনপুট ব্যয়ৰ সঠিক ব্যবহাৰ, চপোৱাৰ পাছৰ লোকচান হ্ৰাস কৰা, মূল্য যোজন আৰু কৃষি বজাৰৰ সংস্কাৰ আদি ৭ দফীয়া কৌশল হাতত লৈছে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd