• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ বিজ্ঞানীয়ে উদ্ভাৱণ কৰিলে একক চানেকিৰ বৈদ্যুতিক গাড়ীৰ সঁজুলি

চভাপতি ছামম by চভাপতি ছামম
January 13, 2018 11:24 am
মণিপুৰৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰিলে একক চানেকিৰ বৈদ্যুতিক সঁজুলি

মণিপুৰৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰিলে একক চানেকিৰ বৈদ্যুতিক সঁজুলি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে পুৰণি বা প্ৰদূষণকাৰী ডিজেল বা পেট্ৰ’ল গাড়ী সম্পূৰ্ণ বৈদ্যুতিক গাড়ীলৈ সলনি কৰিবৰ বাবে এটা একক চানেকিৰ বৈদ্যুতিক গাড়ীৰ সঁজুলি সফলভাৱে উদ্ভাৱণ কৰাৰ দাবী কৰিছে। তেওঁ ধোৱা শূণ্য পৰিবহন ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰা বুলি কোৱা হৈছে।

পৰীক্ষামূলক এই উদ্ভাৱণৰ গৰাকী কাউন্সিল অফ্ চায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ-ইণ্ডিয়ান ইনষ্টিটিউট অফ্ পেট্ৰ’লিয়ামৰ জ্যেষ্ঠ বিজ্ঞানী ৰবীন্দ্ৰ লেইৰেনলাকপামে জনায় যে উপযুক্ত মটৰৰ সৈতে ৪৮ ভ’ল্ট আৰু ১০০ এএইচ লিথিয়াম বেটাৰীৰ সহযোগত বৈদ্যুতিক গাড়ীৰ সঁজুলিবিধে পুৰণি গাড়ী বিশেষকৈ পুৰণি ভাৰতীয় গাড়ীক পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিব।

Apply Now

নৰ্থ ইষ্ট নাও’ ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ৰবীন্দ্ৰই কয় যে এটা সম্পূৰ্ণ চাৰ্জযুক্ত বেটাৰী সৰ্বোচ্চ ৪২ কিলোমিটাৰ গতিবেগত ৩০ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে। এইটোৱে ভাৰতীয় পথত শক্তিৰ সুৰক্ষা, জলবায়ু পৰিৱৰ্তন আৰু ভয়াবহ প্ৰদূষণৰ সমস্যাৰ মোকাৱিলা কৰিব। বৈদ্যুতিক গাড়ী সলনি সঁজুলিটো নেচনেল ইলেকট্ৰিক ম’বিলিটি মিছন প্লেনৰ (এনইএমএমপি) অধীনত সাজি উলিওৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

২০২০ চনৰ ভিতৰত এনইএমএমপিয়ে ভাৰতত ৬-৭ নিযুত বৈদ্যুতিক তথা হাইব্ৰীড গাড়ীৰ সংখ্যা নিশ্চিত কৰিব বিচাৰিছে। ২০৩০ চনৰ ভিতৰত এইটো লক্ষ্য কৰিবলগীয়া হ’ব যে দেশৰ সকলো পথতে চলা গাড়ীসমূহ বৈদ্যুতিক শক্তিৰ দ্বাৰা চলিব। ২০৩০ চনৰ ভিতৰত ভাৰতত ব্যক্তিগত মালিকাধীন মটৰযুক্ত গাড়ীৰ সংখ্যা ৫০০ নিযুতৰ সংখ্যা চুবগৈ।

এনেধৰণৰ বৈদ্যুতিক সঁজুলিৰ উৎপাদনে লগতে দেশৰ লক্ষ্যত উপনীত হোৱাত বৰঙণি যোগাব বুলি উল্লেখ কৰি ৰবীন্দ্ৰই কয় যে এই কনভাৰ্টৰ কিটটোৰ সুবিধা হৈছে কম খৰচতে ই এখন ইন্ধনবাহী গাড়ী ধোৱা শূণ্য গাড়ীলৈ সলনি কৰিব পাৰে।

ডেৰাডুনস্থিত চিএছআইআৰৰ বিজ্ঞানীগৰাকীয়ে জনায় যে প্ৰকল্পটোৰ প্ৰযুক্তি এতিয়াও উন্নত তথা বিকাশ কৰিবলৈ আছে। ১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা সক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য বাকী আছে। আনহাতে সংশ্লিষ্ট কৰ্তৃপক্ষই এই সঁজুলিটো বজাৰত সুলভ হোৱাটো বিচাৰিছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশৰ অটোম’বাইল ইণ্ডাষ্ট্ৰিক প্ৰদূষণৰ বিষয়টোলৈ লক্ষ্য ৰাখি বৈদ্যুতিক গাড়ী নিৰ্মাণৰ বাবে আহ্বান জনাইছিল।

চভাপতি ছামম

চভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd