• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী অতুল বৰাৰ দ্বাৰা বোকাখাতত পশুধনৰ চবকা ৰোগ প্ৰতিৰোধ চিটাকৰণৰ আঁচনিৰ উদ্বোধন

উত্তম শইকীয়া by উত্তম শইকীয়া
February 8, 2018 6:41 pm
atul bora

মন্ত্রী অতুল বৰাই বোকাখাতত পশুধনৰ চবকা ৰোগৰ চিটা কৰণ অভিযান উদ্বোধন কৰি ভাষণ দিছে

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত অচিৰেই পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কৰ এখন বিদ্যালয় স্থাপন হব বুলি আজি ঘোষণা কৰে বিভাগটোৰ সঞ্চালক ডাঃ অনুপ দাসে ৷

অসমৰ পশুপালন ও পশু চিকিৎসা বিভাগৰ উদ্যোগত আজি বোকাখাতত পশু পালন আৰু কৃষি মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত চবকা ৰোগ প্ৰতিৰোধৰ বাবে চিটা কৰণ অভিযানৰ শুভাৰম্ভ কৰে ৷

Apply Now

বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত বিভাগীয় এই অনুষ্ঠানত কেবিনেট মন্ত্ৰী গৰাকীৰ উপৰিও পশু পালন ও চিকিৎসা বিভাগৰ সঞ্চালক ডাঃ অনুপ দাস, পশু চিকিৎসা মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ অতুল বৰগোহাঁই , অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ধীৰাজ দাস, বিজেপি দলৰ ৰাজ্যিক সম্পাদক দেবপ্ৰদীপ বৰা,  জিলা সভাপতি জিতেন শৰ্মা, অগপৰ বোকাখাত জিলা সংভাপতি জগত কলিতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জীৱেশ্বৰ বৰা আৰু বোকাখাতৰ পৌৰপতি চিত্ৰা কাৰ্ডং উপস্থিত থাকে  ৷

বোকাখাতৰ মহকুমাধিপতি ধীৰাজ দাসৰ পৌৰহিত্য অনুষ্ঠিত সভাখনৰ উদেশ্যবাখ্যা কৰে পশু পালন ও পশু চিকিৎসা বিভাৰ সঞ্চালক ডাঃ অমূল্য বৰাই  ৷ সঞ্চালক গৰাকীয়ে  অহা ১২ তাৰিখৰ পৰা প্ৰথম পৰ্যায়ত উজনি অসমৰ ১০ জিলাত এই চিটাকৰণ আৰম্ভ হব বুলি জনায় ৷ লগতে বোকাখাতত অচিৰেই পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কৰ এখন বিদ্যালয় স্থাপনৰ কথাও ঘোষণা কৰে ৷

মুৰব্বী অধ্যাপক ডাঃ অনুপ দাসে চবকা ৰোগ অসমৰ পৰা নিৰ্মূল কৰিব পৰাকৈ এই চিটাকৰণ অভিযান সফল কৰিবৰ বাবে সকলোকে আহ্বান জনায় ৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই কয় যে পশু পালন বিভাগটো টনকিয়াল কৰিবৰ বাবে প্ৰচেষ্টা লোৱা হৈছে ৷ হুৰ পোকৰ আক্ৰমনৰ পিছতো ৰাজ্যত ধান উৎপাদন যথেষ্ট ভাল হোৱা কথাও তেওঁ কয় ৷ ইয়াৰ বাবে পশু পালন বিভাগে যথেষ্ট পদক্ষেপ হাতত লৈছিল ৷

অসম চৰকাৰে এডভান্টেজ অসমৰ পাচতে বহিঃৰাজ্যৰ পৰা উচ্চ বৰ্ণসংকৰ গৰু অনাৰ বাবে এক আঁচনি হাতত লৈছে ৷

অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই বন্তি প্ৰজ্বলন কৰি চিটা কৰণ অভিযানৰ উদ্বোধন কৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd