• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰত মণিপুৰৰ মন্ত্ৰী নেমচা কিপজেনৰ আহ্বান

সভাপতি ছামম by সভাপতি ছামম
July 17, 2018 9:03 pm
IMG_20180103_022818 (2)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপজেনে মণিপুৰৰ এইচআইভি/এইডছত আক্ৰান্ত শিশুসকলক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ আৱেদন জনাইছে।

মন্ত্ৰী নেমচাই কৈছে যে ৰাজ্যখনত ২৮১১জনতকৈও অধিক এইচআইভি/এইডছ আক্ৰান্ত শিশু আছে আৰু ১৪৫০ জন শিশুক এণ্টি ৰিট্ৰোভাইৰেল প্ৰদান কৰি থকা হৈছে। কিন্তু অধিক সংখ্যক শিশুৱেই দুখীয়া পৰিয়ালৰ আৰু তেওঁলোকক পৃষ্ঠপোষকতা কাৰ্যসূচীৰ অন্তৰ্গত আৰ্থিক সহায়তাৰ প্ৰয়োজন আছে।

Apply Now

চৰকাৰী সূত্ৰত প্ৰকাশ যে মঙলবাৰে মন্ত্ৰী নেমচাই নতুন দিল্লীৰ ল’মেৰিডিয়ান হোটেলত (Le Meridian Hotel)অনুষ্ঠিত মহিলা আৰু শিশু বিকাশৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰত ভাষণ দি এইদৰে কয়।

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী, মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে এই আলোচনাচক্ৰত উপস্থিত আছিল। এই আলোচনাচক্ৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ মন্ত্ৰীসকল উপস্থিত আছিল।

মহিলা সুৰক্ষা নিশ্চিত কৰাৰ বাবে ষষ্ঠ মানৰ পৰা ওপৰৰ শ্ৰেণীলৈকে সকলো ছাত্ৰীকেই আত্মৰক্ষাৰ কৌশলৰ পাঠ প্ৰদান কৰাৰ বিশেষ আঁচনি ৰূপায়িত কৰা হ’ব বুলিও তেওঁ সদৰি কৰে। আৱেগিক আৰু আৰ্থিকভাৱে নিষ্পেষণৰ বলি হোৱা মহিলাসকলে নিজৰ মাজত ভাৱ আৰু অভিজ্ঞতা বিনিময় কৰাৰ বাবে সমনীয়া গোট গঠন কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও তেওঁ উল্লেখ কৰে।

তেওঁ আৰু কয় যে মণিপুৰত মহিলা হেল্পলাইন নম্বৰ কাৰ্যকৰী কৰাৰ ফলত কেইটামান মাহতেই ২৬৬ গোচৰ ইয়াৰ দ্বাৰা লাভ কৰা গৈছে আৰু ইয়াৰে ৯৫ শতাংশ গোচৰ সমাধান কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীৰ মনোযোগ আকৰ্ষণ কৰি নেমচাই প্ৰকাশ কৰে যে ৰাজ্যখনত শিশুৰ বিৰুদ্ধে সংঘতিত যৌন অপৰাধ আৰু শিশু সৰবৰাহৰ ঘটনা বাঢ়ি আহিছে। যদিওবা গাঁওৰ শিশু নিৰাপত্তা কমিটী আছে তথাপি সেই কমিটীসমূহ অতি শীঘ্ৰে আৰ্থিকভাৱে আৰু কৰ্তৃত্বশীল ক্ষমতাৰে সৱলীকৰণ কৰি তুলিব লাগে। তাৰোপৰি, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰিকৰী আৰু আৰ্থিক সহায়েৰে এই শিশুহঁতক সাময়িকভাৱে গ্ৰহণ কৰাৰ বাবে আৰু এই শ্ৰেণীৰ শিশুহঁতক দীৰ্ঘকালীন অৰ্থনৈতিক আৰু শৈক্ষিক সুবিধা প্ৰদান কৰাৰ বাবে আচুতীয়া আৰু বিশেষীকৃত প্ৰতিষ্ঠান অতি আৱশ্যকীয়।

আলোচনাচক্ৰত যোগদান কৰাৰ বাবে মণিপুৰৰ মন্ত্ৰী নেমচা কিপজেনৰৰ সৈতে সমাজ কল্যাণ বিভাগৰ সচিব জাচিন্থা লাদাৰাছো নতুন দিল্লীলৈ গৈছিল।

আলোচনাচক্ৰখনৰ আয়োজন কৰিছিল ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd