• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত ব’হাগৰ প্ৰথমটো বান : বুৰ গ’ল কমলাবাৰী-ভকত চাপৰিৰ মূল পথ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 16, 2018 12:40 pm
মাজুলী ২
122
VIEWS
Share on FacebookShare on Twitter

ব’হাগৰ প্ৰথমটো বানৰ কৱলত পৰিল মাজুলীৰ একাংশ অঞ্চল। কালিৰ পৰা নদীত বৃদ্ধি পোৱা জলপৃষ্ঠৰ বাবে মাজুলীৰ কাকৰিকতা-গুৱালগাওঁ মথাউৰিৰ বোকোৰা অঞ্চলত থকা শ্লুইচ গেইটলৈ ভাবুকি নামি আহিছে ।

প্ৰথমটো বানৰ খুন্দাই শ্লুইচ গেটৰ দুয়োপাৰৰ জিঅ’ বেগ খহাই নিয়াত শংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল।

প্ৰথম পানী বাঢ়োতেই সংঘটিত অভাৱনীয় ঘটনাই উদ্বিগ্ন কৰি তুলিছে গাঁওবাসীক। আনফালে ৰাতিটোৰ ভিতৰতে বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিচ্ছিন্ন কৰি পেলালে কমলাবাৰী-ভকত চাপৰি সংযোগী পথ।

মাজুলী

জানিব পৰামতে এই পথটো ১৭খন গাঁৱৰ লোকৰ অহা-যোৱাৰ মূল উপায় আছিল আৰু একমাত্ৰ পথটো বানত বুৰ যোৱাত সমস্যাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ। যোৱা বছৰত এই পথত বাঁহ-কাঠেৰে এখন দলং নিৰ্মাণ কৰিছিল যদিও যোৱাবছৰেই বানে উটুৱাই নিয়াৰ পিছত পুনৰ এতিয়া সমস্যাৰ সন্মুখীন হৈছে গাঁওবাসী।

ব’হাগ মাহ পৰাৰ লগে লগে প্ৰথম বৰষুণৰ বানে মাজুলীত সমস্যাৰ সৃষ্টি কৰাত স্বাভাৱিকতে শংকিত হৈ পৰিছে মাজুলীবাসী।

তদুপৰি, দীৰ্ঘদিন ধৰি বানপানীৰ সমান্তাৰলকৈ হোৱা খহনীয়াই মাজুলীবাসীৰ নিদ্ৰা হৰণ কৰি আহিছে।

Recent News

নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন গৌৰৱ গগৈৰ! ভোটাৰ তালিকাত পুনৰীক্ষণ সন্দৰ্ভত সংসদীয় আলোচনাৰ দাবী

নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন গৌৰৱ গগৈৰ! ভোটাৰ তালিকাত পুনৰীক্ষণ সন্দৰ্ভত সংসদীয় আলোচনাৰ দাবী

অসম আৰক্ষীৰ ‘নিৰ্যাতন’: আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী অধীক্ষকৰ নাম অভিযোগনামাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ হাইকোৰ্টৰ

অসম আৰক্ষীৰ ‘নিৰ্যাতন’: আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী অধীক্ষকৰ নাম অভিযোগনামাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ হাইকোৰ্টৰ

ছয় মাহত আমেৰিকাৰ পৰা তেলৰ আমদানি ৫১ শতাংশ বৃদ্ধি! ট্ৰাম্পৰ ঠেহ ভাঙিবলৈ ভাৰতৰ নতুন কৌশল?

ছয় মাহত আমেৰিকাৰ পৰা তেলৰ আমদানি ৫১ শতাংশ বৃদ্ধি! ট্ৰাম্পৰ ঠেহ ভাঙিবলৈ ভাৰতৰ নতুন কৌশল?

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd