• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত বিশ্বকাপৰ উন্মাদনা : ১ জুলাইৰ পৰা জিলা ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 21, 2018 1:10 pm
ATTACHMENT
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে অসমতো আৰম্ভ বিশ্বকাপ ফুটবলৰ উন্মাদনা । সত্ৰনগৰী মাজুলীতো এতিয়া বিশ্বকাপৰ জ্বৰ। বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ সৌজন্যত বনগাঁও ৰংঘৰত পূণ্য শইকীয়াৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত অহা ১ জুলাইৰ পৰা বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ সৌজন্যত মাজুলী জিলা ভিত্তিত প্ৰাইজমানী ফুটবল খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাখনত বনগাঁও , ৰাৱণাপাৰ , দক্ষিনপাট পঞ্চায়তৰ পৰা শতাধিক দল- সংগঠনৰ প্ৰতিনিধিৰ লগতে শিক্ষক,  সমাজকৰ্মী সকল উপস্থিত থাকে। অৱসৰপ্ৰাপ্ত শিক্ষক শান্তিৰাম বৰা , যোগধৰ শইকীয়া, লীলা শইকীয়া, বিশ্ব ঠাকুৰ, হৰেন শইকীয়া,  মাণিক শইকীয়া , কমল তামুলী, হৰেন বৰা, শিক্ষক ৰবীন্দ্ৰ নাথ শইকীয়া , দিলীপ চমুৱা , বুবুল বণিয়া, উপেন ভূঞা , অজিত দাস , ফণীধৰ গায়ন, অনন্ত বৰা, সমাজকৰ্মী চিদাৰাম বণিয়া, বদন বৰা, দেৱজিৎ শইকীয়া, হলিয়াম দাস , নৰেন বৰা আদিয়ে খেলখন অনুষ্ঠিত কৰিবলৈ লোৱাত আনন্দ প্ৰকাশ কৰে আৰু দিহা- পৰামৰ্শ আগবঢ়ায়।

Apply Now

উল্লেখযোগ্য যে খেলখনৰ বাবে প্ৰথম পুৰস্কাৰ ৩০ হেজাৰ টকা আগবঢ়াইছে মাজুলীৰ সুযোগ্য সন্তান ডা: অমৃত শইকীয়াই। দ্বিতীয় পুৰস্কাৰ  ২০ হেজাৰ টকা আগবঢ়াইছে মাজুলীৰ সুযোগ্য সন্তান আভ্যন্তৰীণ বিভাগৰ কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীয়ে। সুযোগ্য খেলুৱৈক ৫ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ আগবঢ়াব মাজুলী আছুৰ নেতা দুলাল ভূঞাই। চতুৰ্থ পুৰস্কাৰ শ্ৰেষ্ঠ গল দাতাক ৩ হাজাৰ টকা মাজুলী নিকিখোৱা গাঁৱ নিবাসী প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰদীপ হাজৰিকাই, আদৰণি তোৰণ আগবঢ়াব মাজুলী পেৰাভাৰী গাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বাবা বৰাই।

সাধাৰণ সভাই দাতা সকলক ধন্যবাদ জ্ঞাপন কৰিছে। তদুপৰি খেল পৰিচালনা সমিতিৰ উপদেষ্টা সকলেও দান- বৰঙণি আগবঢ়াছে ।  অহা ২৫ জুনৰ ভিতৰত দল সমূহৰ যোগদান শেষ তাৰিখ।

এইক্ষেত্ৰত মাজুলীবাসী ৰাইজৰ সহায়- সহযোগ কামনা কৰিছে বনগাঁও আঞ্চলিক তৰুণ ক্লাবে। খেল উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী নৱ দলে, সাংসদ প্ৰদান বৰুৱা, দক্ষিণপাট সত্ৰ অধিকাৰ ননীগোপাল দেৱ গোস্বামী উপস্থিত থাকিব। উল্লেখযোগ্য যে সভাখনৰ আঁত ধৰে মাধুৰ্য বেজবৰুৱাই।

 

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd