• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত হয় প্ৰকৃতি সজাগতা শিবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 12:58 pm
Representative image Of Manas National Park
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰৰ গ্ৰীণ হাৰ্ট নেইচ্যাৰ ক্লাবৰ উদ্যোগত মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যত পাচঁদিনীয়া কাৰ্যসূচীৰে এটা প্ৰকৃতি সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়।

গ্ৰীণ হাৰ্ট নেইচ্যাৰ ক্লাবক শিবিৰটো অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়াই বন বিভাগ আৰু বি টি চি প্ৰশাসনে।

Apply Now

অনুষ্ঠানটো শুভউদ্বোধন কৰে বি টি চিৰ শিক্ষা সঞ্চালক আৰ এছ বৰগয়াৰীয়ে। চিৰাং জিলাৰ বিদ্যালয় পৰিদৰ্শক জয়পাল ব্ৰহ্ম, হাল্টুগাঁও মণ্ডলৰ মাণ্ডলিক বন বিষয়া, চিমবৰগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে বিভিন্ন সন্মানীয় লোক শিবিৰটোত উপস্থিত থাকে।

ঘাইকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত প্ৰকৃতি শিবিৰটোত কোকৰাধাৰ, চিৰাং, বাকসা আৰু ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়ণৰত ৬৭ গৰকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এছ বৰগয়াৰীয়ে প্ৰকৃতি সজাগতা শিবিৰ অনুষ্ঠানত সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰী তথা যুৱ সমাজৰ উপস্থিতি দেখি উৎফুল্লিত হোৱা দেখা যায়। তেওঁ এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতি সম্পৰ্কে বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰিব বুলিও মন্তব্য কৰে।

তেওঁ নিজৰ ভাষণ প্ৰসংগত এই শিবিৰৰ গুৰুত্ব সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে ভবিষৎ প্ৰজন্মক প্ৰকৃতি সংৰক্ষণ তথা সুৰক্ষাৰ বিষয়ে অৱগত কৰোৱাৰ বাবে আৰু অধিক এনেধৰণৰ শিবিৰৰ আয়োজন কৰাৰ প্ৰয়োজন।

ভবিষ্যতত এনেধৰণৰ প্ৰকৃতি সজাগতামূলক অনুষ্ঠান আৰু যুৱ সমাজৰ মাজত সংৰক্ষণ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ বাবে সঞ্চালকগৰাকীয়ে নিজৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মন্তব্য কৰা দেখা যায়।

আনহাতে গ্ৰীণ হাৰ্ট নেইচ্যাৰ ক্লাবৰ অধ্যক্ষ বাবলু দেয়ে কয় যে প্ৰত্যেক বছৰে প্ৰকৃতি সম্পৰ্কীয় এনেধৰণৰ সজাগতা অনুষ্ঠান আয়োজন কৰা উত্তৰ-পূবৰ এইটোৱে একমাত্ৰ সংগঠন।

সজাগতামূলক শিবিৰটো সাফল্য মণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে সংগঠনটোৰ ফালৰ পৰা অধ্যক্ষই ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd