• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাহজোৰা ৰাজনৈতিক নাটকৰ অন্তত আজি নাগালেণ্ডত অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 11:24 am
Nagaland-polls-2-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন হোৱা নোহোৱাক লৈ ৰাজনৈতিক নাটক চলি থকাৰ পিছত আৰু ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী কুচ কাৱাজৰ অন্তত মঙলবাৰে পুৱা ৭ বজাৰ পৰা নাগালেণ্ডত অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণ।

ভোটগ্ৰহণ আবেলি ৪ বজাত সমাপ্ত হ’ব । অৱশ্যে, কিছুমান ভিতৰুৱা অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ ৩ বজাতে সমাপ্ত হ’ব।

Apply Now

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰে পৰা ৰাজ্যখনত দৃশ্যপট সঘনে সলনি হোৱা দেখিবলৈ পোৱা গৈছিল। কিছুমান পক্ষই নিৰ্বাচনৰ আগতে নাগা ৰাজনৈতিক সমস্যাটোৰ সমাধান হোৱাটো বিচাৰিছিল।

ভোটদাতাসকলে ৯ টা ৰাজনৈতিক দল আৰু নিৰ্দলীয়কে ধৰি মুঠ ১৯৫ গৰাকী প্ৰাৰ্থীৰ বাবে ভোটদান কৰিব। ৬০ জনীয়া বিধানসভাখনৰ ৫৯ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। আনহাতে, ১১ নং উত্তৰ আংগামী-২ সমষ্টিৰ প্ৰাৰ্থী এনডিপিপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে।

মঙলবাৰৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যখনৰ ১১,৭০,৫৪৮ গৰাকী ভোটদাতাই ২১৫৬ টা ভোটকেন্দ্ৰত তেওঁলোকৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিব।

ছয়খন জিলাৰ ১০৩ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ সময় ৰাতিপুৱা ৭ বজাৰ পৰা ৩ বজালৈ ভোটগ্ৰহণৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছে। বাকী ২০৫৩ টা ভোটগ্ৰহণ কেন্দ্ৰত ৰাতিপুৱা ৭ বজাৰ পৰা ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

আনহাতে, নিৰ্বাচন আয়োগে ১০৬২ টা ভোটগ্ৰহণ কেন্দ্ৰক সমস্যাপূৰ্ণ, ৫৩০ টাক স্পৰ্শকাতৰ আৰু ৫৬৪ টাক স্বাভাৱিক বুলি চিনাক্ত কৰিছে।

সৰ্বমুঠ ১৭,৫৩২ গৰাকী নিৰ্বাচনী বিষয়াক নিৰ্বাচনৰ বাবে নিয়োগ কৰা হৈছে। ইয়াৰে ১৫,৫২৩ গৰাকী প্ৰকৃত নিৰ্বাচনী কৰ্তৱ্যত থাকিব আৰু বাকী ২,০০০ নিৰ্বাচন সম্পৰ্কীয় আন কৰ্তৱ্যত নিয়োজিত হৈছে।

অহা ৩ মাৰ্চত ৰাতিপুৱা ৮ বজাৰ পৰা ৰাজ্যখনৰ ১২ টা স্থানৰ মুঠ ৫৯ টা হলত ভোটগণনা অনুষ্ঠিত হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd