• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ মাইনিং কোম্পানীৰ ৱৰ্কশ্বপত এন এছ চি এন (আই এম) ৰ আক্ৰমণ: জ্বলাই দিলে ৫ খনকৈ গাড়ী

এন ই নাও নিউজ ব্যুৰো, মাৰ্ঘেৰিটা : by এন ই নাও নিউজ ব্যুৰো, মাৰ্ঘেৰিটা :
November 29, 2017 12:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটাৰ লিডুৰ টিকক পাহাৰত অৱস্থিত এ এন ই মাইনিং কোম্পানীৰ ৱৰ্কশ্বপত যোৱা নিশা সশস্ত্ৰ এন এছ চি এনৰ প্ৰায় ২৫ জনীয়া এটা দলে আক্ৰমণ চলায়। কোম্পানীৰ ৫ খনকৈ গাড়ীত অগ্নিসংযোগ কৰে। নগা উগ্ৰপন্থীৰ দলটো এন এছ চি এন (আই এম) ৰ বুলি জানিব পৰা গৈছে। উগ্ৰপন্থীৰ দলটোৱে এ এন ই মাইনিং কোম্পানীৰ সমীৰ দাস নামৰ এগৰাকী কৰ্মচাৰীক মাৰধৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয়। কোম্পানীটোৰ বহুকেইজন কৰ্মচাৰী ঘটনাস্থলীত আবদ্ধ হৈ থকাত তেওঁলোকক উদ্ধাৰৰ বাবে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনী তথা সেনাৰ দল তালৈ গৈছে।

কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন(আই এম) ৰ সৈতে ফেমৱৰ্ক এগ্ৰিমেন্ট স্বাক্ষৰ কৰাৰ পিছৰে পৰা অসম নাগালেণ্ড সীমান্তত এন এছ চি এনৰ সন্ত্ৰাস ক্ৰমে বৃদ্ধি পাব ধৰিছে। অসমৰ বিষয়ো জড়িত হৈ থকা এই  এগ্ৰিমেন্ট ৰূপায়ন কৰাৰ বাবে তৎপৰ হৈ পৰাৰ পিছতে সীমান্ত অঞ্চল অতি স্পৰ্শকাতৰ হৈ পৰিছে।

Apply Now

সম্প্ৰতি গোটেই অঞ্চলটোতে উত্তেজনাই বিৰাজ কৰি আছে। নগা উগ্ৰপন্থীয়ে লিডু টিকক পাহাৰত এটা বছৰৰ ভিতৰতে একেটা উদ্যোগত বাৰে বাৰে আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পূৰ্বতে এন এছ চি এন উগ্ৰপন্থীয়ে তিনিখনকৈ গাড়ী জ্বলাই দিয়াৰ পিছত যোৱা নিশা পুনৰ পাঁচখনকৈ গাড়ী জ্বলাই দিয়াৰ ঘটনাই তেওঁলোকে অঞ্চলটোত আধিপত্য বিস্তাৰৰ প্ৰচেষ্টা চলোৱাৰ কথাকে প্ৰতিপন্ন কৰিছে।

জানিব পৰা মতে যোৱা নিশাৰ সমগ্ৰ ঘটনাটোৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয়। এক সূত্ৰই জনোৱা মতে ধন দাবীক কেন্দ্ৰ কৰিয়েই যোৱা নিশাৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

এন ই নাও নিউজ ব্যুৰো, মাৰ্ঘেৰিটা :

এন ই নাও নিউজ ব্যুৰো, মাৰ্ঘেৰিটা :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd