• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচন আয়োগৰ দল আহিব মেঘালয়লৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2017 9:24 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জ্যোতিৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা সম্পূৰ্ণ দল অহা ২২ আৰু ২৩ ডিচেম্বৰত মেঘালয়লৈ আহিব। নিৰ্বাচন অনুষ্ঠিত হ’বলগা মেঘালয়লৈ নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তুতিৰ সকলো দিশ পৰ্যালোচনা কৰিবলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোত মুখ্য নিৰ্বাচন আয়ুক্তৰ বাহিৰেও নিৰ্বাচন আয়ুক্তদ্বয় ওম প্ৰকাশ আৰু সুনীল আৰোৰা সমন্বিতে আয়োগৰ জ্যেষ্ঠ বিষয়াসকল থাকিব। নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দল, চৰকাৰী বিষয়া, শীৰ্ষ প্ৰশাসনিক তথা আৰক্ষী বিষয়াসকলৰ সৈতে ৰাজ্যখনৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে কোইবালানিও আলোচনাত অংশ গ্ৰহণ কৰিব।

এই বৈঠকৰ পিছতে নিৰ্বাচন আয়োগে অহা জানুৱাৰি মাহৰ প্ৰথমভাগত মেঘালয় নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে।

Apply Now

নিৰ্বাচন আয়োগৰ দলটোৱে ২২ ডিচেম্বৰত বিভিন্ন ৰাজনৈতিক দলবোৰৰ লগতে মুখ্য নিৰ্বাচন বিষয়া ফ্ৰেডেৰিক খাৰকংগৰ, জ্যেষ্ঠ আৰক্ষী বিষয়া, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হ’ব। ইয়াৰ পিছতে ২৩ তাৰিখে তেওঁলোকে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সৈতে আন এক বৈঠকত মিলিত হ’ব।

অহা বছৰৰ মাৰ্চ মাহৰ ৬ তাৰিখে কাৰ্যকাল সমাপ্ত হ’বলগীয়া বিধানসভাৰ নতুন নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিষয়ত সামগ্ৰিক প্ৰস্তুতি সম্পৰ্কে বৈঠকত পৰ্যালোচনা কৰা হ’ব।

এই মাহৰ প্ৰথম ভাগত নিৰ্বাচন আয়োগৰ দলটোৱে নিৰ্বাচন অনুষ্ঠিত হ’বলগা আন দুখন ৰাজ্য নাগালেণ্ড আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যতে অহা ফ্ৰেব্ৰুৱাৰি মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

এগৰাকী নিৰ্বাচন বিষয়াই জানিবলৈ দিয়ে যে সকলো ৰাজনৈতিক দলৰে সৈতে অনুষ্ঠিত হ’বলগা বৈঠকত ইভিএম আৰু ভিভিপিএটিৰ কাৰ্যকাৰিতা সম্পৰ্কে ব্যাখ্যা কৰা হ’ব।

ইয়াৰ মাজতে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ বিজয় সাব্যস্ত কৰি উৎসাহী তথা আত্মবিশ্বাসী হৈ থকা বিজেপি দলে এতিয়া নিৰ্বাচন অনুষ্ঠিত হ’বলগা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত দৃষ্টি নিবদ্ধ কৰিছে। বিশেষকৈ শক্তিশালী প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা মেঘালয়ৰ নিৰ্বাচনকলৈ দলটো উৎসাহী হৈ পৰিছে।

ৰাজ্যিক বিজেপিৰ সভাপতি ছিবুন লিংডোই কয় যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ কৰা হ’ব।

ইয়াৰ বিপৰীত কংগ্ৰেছে কৈছে যে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত বিজয়ী হ’লেও বিজেপিয়ে মেঘালয়ত বিজয়ী হোৱা সম্ভৱ নহয়। কংগ্ৰেছৰ মুখপাত্ৰ তথা ৰাজ্যৰ মন্ত্ৰী ৰনী ভি লিংডোৱে কয় যে বিজেপিয়ে ৰাজ্যখনত কোনো সুযোগ গ্ৰহণ কৰিব নোৱাৰে কিয়নো তেওঁলোকৰ দুমুখীয়া চৰিত্ৰ ওলাই পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd