• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত কৰ্মৰত সামৰিক বাহিনীৰ বিষয়া-কৰ্মচাৰীক মেঘালয়ৰ ভোটাৰ হিচাপে নধৰিবলৈ আহ্বান মেঘালয় কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 7:36 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় প্ৰদেশ কংগ্ৰেছে আজি ৰাজ্যখন ভ্ৰমণ কৰিবলৈ অহা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত অচল কুমাৰ জ্যোতিক সাক্ষাৎ কৰি অহা বছৰৰ প্ৰথমভাগতে অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনত কৰ্মৰত অন্য ৰাজ্যৰ সামৰিক বিষয়া-কৰ্মচাৰী তথা বিভিন্ন সামৰিক বাহিনীবোৰত কৰ্মৰত নেপালৰ নাগৰিকক মেঘালয়ৰ ভোটাৰ হিচাপে নধৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে মুখ্য নিৰ্বাচন আয়ুক্তজন আন দুজন নিৰ্বাচন আয়ুক্ত ক্ৰমে ওম প্ৰকাশ ৰাৱত আৰু সুনীল আৰোৰাৰ সৈতে নিৰ্বাচন অভিমুখী মেঘালয়ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যখনলৈ আহিছে? নিৰ্বাচন আয়োগৰ দলটোক লগ কৰাৰ পিছত মেঘালয় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক এছ পি থাপাই সাংবাদিকৰ আগত কয় যে বিভিন্ন সামৰিক গোটবোৰত নিয়োজিত বেছিভাগ লোকেই অন্য প্ৰদেশৰ আৰু গোৰ্খা ৰেজিমেণ্টৰ দৰে কিছুমান ভাৰতীয় সেনাৰ গোটত আনকি নেপালৰ লোকো আছে।

‘এই কৰ্মচাৰীসকলে ইতিপূৰ্বে ভোটাৰ হিচাপে তেওঁলোকৰ নিজা নিজা ৰাজ্যত নাম পঞ্জীয়ন কৰি থৈছে আৰু সেইবাবে তেওঁলোক কেৱল তেওঁলোকৰ ৰাজ্যতহে সামৰিক কৰ্মচাৰী ভোটাৰ হোৱা উচিত। কেৱল সামৰিক সেৱাত নিয়োজিত হোৱাৰ সুবাদতেই কেনেকৈ আন ৰাজ্য তথা নেপালৰ লোকে মেঘালয়ৰ ভোটাৰ হিচাপে ভোটদান কৰিবলৈ পাব?’ সাধাৰণ সম্পাদকজনে কয়।

Apply Now

এই বিষয়টোৰ লগতে মেঘালয় প্ৰদেশ কংগ্ৰেছে অহা নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে। লগতে তেওঁলোকে প্ৰতিটো সমষ্টিৰ মাত্ৰ এটা ভোটকেন্দ্ৰৰহে ই ভি এমৰ ভোটৰ লগতে VVPAT গণনা কৰাৰ নিৰ্বাচন আয়োগৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ ওপৰত প্ৰশ্ন তোলে।

‘আমি সকলো ভোটকেন্দ্ৰতে ই ভি এমৰ ভোটৰ লগতে VVPAT গণনা কৰিবলৈ দাবী জনাইছো। যদি সকলো ভোটকেন্দ্ৰতে ই ভি এমৰ ভোটৰ লগতে VVPAT গণনা নকৰে তেন্তে VVPAT প্ৰয়োগ কৰাৰ কি অৰ্থটো থাকিল?’ মেঘালয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যবাহী সভাপতি বিজয় ৰাজে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd