• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মৈত্ৰী’ আঁচনিৰ অধীনত ডিব্ৰুগড় সদৰ থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ, অভিক চক্ৰবৰ্তী by এন ই নাও নিউজ, অভিক চক্ৰবৰ্তী
February 23, 2018 10:51 pm
Dibrugarh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মিছন ফৰ অভাৰঅল ইমপ্ৰুভমেণ্ট অৱ থানা ফৰ ৰেচপনচিভ ইমেজ’ চমুকৈ ‘মৈত্ৰী’ আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ত ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যত আইন-শৃংখলা ব্যৱস্থা অটুট ৰখাৰ বাবে আৰক্ষীৰ লগতে ৰাইজো সমান্তৰালভাৱে সজাগ আৰু সচেতন হ’ব লাগিব।

মুখ্য মন্ত্ৰী সোণোৱালে ‘মৈত্ৰী’ আঁচনিৰ অধীনত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে সকলো আৰক্ষী থানাক সংযোগকৰণ, চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে অত্যাধুনিক সা-সঁজুলি আৰু ডিজিটেল সংযোগ ব্যৱস্থাৰে থানাসমূহক অত্যাধুনিক ৰূপত গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে। লগতে এই ব্যৱস্থা সমূহ কাৰ্যক্ষম হৈ উঠাৰ পিছত যিকোনো ব্যক্তিয়ে এই ব্যৱস্থাৰ জৰিয়তে বিপদৰ সময়ত আৰক্ষীৰ তাৎক্ষণিক সহায় লাভ কৰিবলৈ সক্ষম হ’ব বুলিও সৰ্বানন্দই কয়।

Apply Now

মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত ডিব্ৰুগড় চহৰৰ প্ৰত্যেকটো পৰিয়ালক পৰিষ্কাৰকৈ থকাৰ প্ৰৱণতা বৃদ্ধি কৰি নিজ চৌহদত তিনিজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।

আনহাতে অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সাহাই কয় যে ‘‘স্মাৰ্ট পুলিচৰ ধাৰণা বাস্তৱায়িত কৰি অসম আৰক্ষী বাহিনীক অধিক দায়িত্বশীল, শক্তিশালী আৰু বিশ্বাসযোগ্য বাহিনী হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। ইয়াৰ অংশস্বৰূপে অসম আৰক্ষীয়ে হাতত লোৱা ‘মৈত্ৰী’ আঁচনিৰ অধীনত প্ৰতিখন আৰক্ষী থানাত ২৪ ঘণ্টাই পানীৰ ব্যৱস্থা, বিশেষভাৱে ব্যক্তিৰ বাবে প্ৰয়োজনীয় সুবিধা, ড্ৰাগছ আসক্ত আৰু শিশু অপৰাধীসকলৰ কাউন্সেলিঙৰ ব্যৱস্থা, ইণ্টাৰনেটৰ ব্যৱস্থা, ৰাইজৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা, অপৰাধীক ধৰা পেলোৱাৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা থাকিব। এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ৭৩ খন আৰক্ষী থানাক সামৰি লোৱা হ’ব।’

মৈত্ৰী নামৰ আঁচনিখম ৰূপায়ণৰ দায়িত্বত থকা অসম আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰ এম সিঙে এই আঁচনিৰ অধীনত প্ৰতিখন আৰক্ষী থানাৰ নিৰ্মাণ কাৰ্যত প্ৰায় ২ কোটিকৈ টকা ব্যয় কৰা হ’ব বুলি কয়।

আজিৰ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া, সাংসদ ক্ৰমে ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল এছ চাংচন, উপায়ুক্ত লয়া মাদুৰী সোণাৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, আসমা হাইড্ৰ’কাৰ্বন এণ্ড এনাৰ্জী লিমিটেডৰ অধ্যক্ষ পোনাকণ বৰুৱা, আৰক্ষী অধীক্ষক গৌতম বৰাও উপস্থিত থাকে।

এন ই নাও নিউজ, অভিক চক্ৰবৰ্তী

এন ই নাও নিউজ, অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd