• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী বাংলাদেশ

ম্যানমাৰ সীমান্তত সংস্থাপিত লেণ্ডমাইন বিস্ফোৰণত দুয়োখন ভৰি হেৰুৱালে বাংলাদেশৰ এজন খেতিয়কে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 1:02 pm
Reprentative picture
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লেণ্ডমাইন বিস্ফোৰণত বাংলাদেশৰ এজন খেতিয়কে দুয়োখন ভৰি হেৰুৱাবলগীয়া হয়।  ম্যানমাৰ সুৰক্ষা বাহিনীয়ে সংস্থাপিত কৰি ৰখা লেণ্ডমাইনত বাংলাদেশৰ খেতিয়কজনে খোজ দিয়াৰ লগে লগে বিস্ফোৰণটো সংঘটিত হয়। বিস্ফোৰণত খেতিয়কজনৰ দুয়োখন ভৰিয়ে সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।

উল্লেখ্য যে ম্যানমাৰ সুৰক্ষা বাহিনীয়ে ম্যানমাৰ-বাংলাদেশ সীমান্তৰ মধ্যৱৰ্তী এলেকাত এই লেণ্ডমাইনটো সংস্থাপন কৰি ৰাখিছিল বুলি চৰকাৰী সূত্ৰই জানিব দিছে।

Apply Now

দক্ষিণ বাংলাদেশৰ নাইখংছাৰি নগৰৰ বাংলাদেশ-ম্যানমাৰ সীমান্তত বডিউৰ ৰহমান নামৰ খেতিয়কজনে সেই অঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে উক্ত বিস্ফোৰণটো সংঘটিত হয়।

‘খেতিয়কজনৰ গৰু ম্যানমাৰৰ সীমা নিৰপেক্ষ অঞ্চলত প্ৰৱেশ কৰিছিল। গৰু উদ্ধাৰৰ বাবে যাওতে ভূলক্ৰমে তেওঁ ম্যানমাৰ সুৰক্ষা বাহিনীয়ে পূৰ্বতে সংস্থাপিত কৰি ৰখা লেণ্ডমাইনত খোজ দিয়ে আৰু তেতিয়াই বিস্ফোৰণটো সংঘটিত হয়’, স্থানীয় চৰকাৰী প্ৰশাসনীয় বিষয়া চাৰৱাৰ কামালে এই কথা জনায়।

ঘটনা সংঘটিত হোৱাৰ পিছত ৪৫ বছৰীয়া খেতিয়কজনক স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় যদিও পিছলৈ তেওঁক উন্নত চিকিৎসাৰ বাবে চিটাগঙলৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান খেতিয়কজনৰ অৱস্থা সংকটজনক বুলি চিকিৎসাকৰ্মীয়ে জানিবলৈ দিয়ে।

মনকৰিবলগীয়া যে বাংলাদেশ সীমান্তৰ বিষয়াই সীমান্ত অঞ্চলত ম্যানমাৰ সুৰক্ষা বাহিনীয়ে লেণ্ডমাইন সংস্থাপন কৰা ঘটনাৰ ফলতে উক্ত ঘটনা সংঘটিত হোৱা বুলি জগৰীয়া কৰিছে।

বাংলাদেশ সীমান্তৰ কামাণ্ডাৰ আনৱাৰুল আজিমে শণিবাৰৰ ঘটনা সন্দৰ্ভত কয় যে উক্ত অঞ্চলত গৰুবোৰে ঘাহ খোৱাৰ বাবে বিচৰণ কৰে আৰু সেইবাবে এনে ঘটনা সংঘটিত হৈছে।

‘ম্যানমাৰ সুৰক্ষা বাহিনীয়ে লেণ্ডমাইন কেইটা আগৰ পৰাই সংস্থাপন কৰি ৰাখিছিল। ৰহমানে ভূলক্ৰমে সেই অঞ্চলত প্ৰৱেশ কৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে’, কামাণ্ডাৰ আনৱাৰুল আজিমে এইদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd