• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ম্যানমাৰ সেনাৰ গাড়ীত আক্ৰমণ ৰহিঙীয়া উগ্ৰপন্থীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2018 4:06 pm
ম্যানমাৰ ৰহিঙীয়া
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ ৰাষ্ট্ৰীয় আৰু চৰকাৰী সংবাদমাধ্যমে জনোৱা অনুসৰি ৰাখিনে প্ৰদেশত ৰহিঙীয়া উগ্ৰপন্থীয়ে ম্যানমাৰ সেনাৰ গাড়ীত চলোৱা অতৰ্কিত আক্ৰমণত ম্যানমাৰ সেনাৰ ৫ জন জোৱান আঘাতপ্ৰাপ্ত হয়। উগ্ৰপন্থী সকলেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে যোৱা ২৫ আগষ্টত উগ্ৰপন্থী সকলে নিৰাপত্তাৰক্ষীৰ চকীত আক্ৰমণ কৰাৰ পিছত মুচলিমপ্ৰধান এই ৰাজ্যখনত চলা উগ্ৰপন্থী বিৰোধী অভিযানে ব্যাপক হিংসা আৰু ৰহিঙীয়া সকলৰ উচ্ছেদ, বাসগৃহ জ্বলাই দিয়া আদি ঘটনাৰ সৃষ্টি কৰে আৰু প্ৰায় ৬৫০,০০০  গৰাকী ৰহিঙীয়া গঞা চুবুৰীয়া বাংলাদেশলৈ পলাই যাবলৈ বাধ্য হয়।

Apply Now

মিজিমা নিউজৰ খবৰ অনুসৰি ৰথেদং চহৰৰ সাধাৰণ প্ৰশাসনৰ কাৰ্যালয়ে জনোৱা মতে ৰথেদং অঞ্চলৰ বহুবিলাক গাঁৱত এতিয়াও ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰি ৰখা হৈছে।

আৰ্চা (Arakan Rohingya Salvation Army)ৰ শেহতীয়া আক্ৰমণৰ পিছতে উত্তৰ ৰাখিনে প্ৰদেশৰ ৰথেদং, বুথিদং আৰু মংদ চহৰত সান্ধ্য আইন জাৰি কৰা হয়।

বিভাগীয় সূত্ৰই কালি জনোৱা অনুসৰি যোৱা ২৫ আগষ্টৰ ঘটনাৰ পিছত সান্ধ্য আইন জাৰি কৰা ৰথেদঙৰ ১১ খন গাঁৱৰ ৮ খনৰ পৰা পৰৱৰ্তী সময়ত সান্ধ্য আইন উঠাই লোৱা হৈছিল যদিও মংদ চহৰৰ ওচৰৰ ফেটলাকে, চুটপিং আৰু থেইনটং আদি গাঁৱত সান্ধ্য আইনৰ ম্যাদ বঢ়াই দিয়া হৈছিল।

ৰথেদং চহৰৰ প্ৰশাসক ক্য থুয়ে কয়, ‘সান্ধ্য আইন এতিয়াও বাতিল কৰা হোৱা নাই। ৩ জানুৱাৰিত আমি ইয়াৰ ম্যাদ পৰৱৰ্তী মাহলৈকে বঢ়াই দিছো।’

এই সান্ধ্য আইনে জনসাধাৰণক ৩ জানুৱাৰিৰ পৰা ফেব্ৰুৱাৰিৰ শেষলৈকে ৰাতি ৯ বজাৰ পৰা পুৱা ৬ বজালৈকে ঘৰৰ বাহিৰলৈ ওলোৱাটো নিষিদ্ধ কৰিছে।

সান্ধ্য আইন জাৰি নিৰ্দেশটোৰ মতে অস্থিৰতা আৰু হিংসাত্মক ঘটনা সংঘটিত হোৱা সময়ৰ পৰাই প্ৰতি দুমাহৰ মূৰে মূৰে এই নিৰ্দেশৰ ম্যাদ সম্প্ৰসাৰণ কৰা হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd