• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁৱৰ বামুণবড়িত ‘অকণিৰ মিলন মেলা’ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2018 12:48 pm
73ed62c4-9552-4a01-8c2f-fdde784da374
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অন্যতম ব্যতিক্ৰমধৰ্মী অকণি সকলৰ বাবে উৎসৰ্গিত সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘অকণি কবিতা ঘৰ’ অসমৰ কেন্দ্ৰীয় সমিতিয়ে চলিত বৰ্ষটো ৰূপালী জয়ন্তী বৰ্ষৰূপে পালন কৰি থকাৰ পৰিপ্ৰেক্ষিতত বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা মৰিগাঁও জিলাৰ বামুণবড়ি গাঁৱত আয়োজন কৰে ‘অকণিৰ মিলন মেলা আৰু পৰ্যালোচনা সভা’শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ।

নৱম শ্ৰেণীত অধ্যয়নৰত অকণি প্ৰস্তুতি দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত মুখ্য বক্তা ৰূপে অংশ লৈ বামুণবড়ি গাঁৱৰ চিত্ৰশিল্পী অকণি দৰ্শনা দেৱীয়ে প্ৰদান কৰে এক সাৱলীল মানৱতাবাদী ভাষণ।

Apply Now

অসমৰ ভিতৰতে বোধ কৰো প্ৰথম চিত্ৰকৰ্মৰ একক সংগ্ৰহালয় ‘দৰ্শনা চিত্ৰকলা কানন’প্ৰতিষ্ঠা কৰি অকণি সকলৰ বাবে অনুপ্ৰেৰণাৰ বাট মুকলি কৰি দিয়া দৰ্শনাই দিয়া ভাষণত শিশুৰ বিকাশ সাধনত পিতৃ-মাতৃৰ ভূমিকা সন্দৰ্ভত মন্তব্য আগবঢ়ায়। লগতে গ্ৰামাঞ্চলৰ দৰিদ্ৰ শিশুসকলক বাতৰি কাকত পঢ়াৰ সুবিধা কৰি দিবলৈ উপস্থিত ৰাইজক আহ্বান জনায়।

এই সভাত উপস্থিত থাকি পুথি অধ্যয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত এটি সুন্দৰ ভাষণ আগবঢ়ায় চতুৰ্থ শ্ৰেণীৰ তনুশ্ৰী ডেকাই। লগতে অকণি বক্তাৰূপে সভাখনত অংশ লৈ চতুৰ্থ শ্ৰেণীৰ কৃষ্টিবন ডেকা আৰু প্ৰথম শ্ৰেণীৰ আস্থানন্দিনী মুদৈয়ে ক্ৰমে পলিথিন বৰ্জন আৰু ‘মা’ সম্পৰ্কে দিয়া ভাষণে উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে।

উক্ত অনুষ্ঠানটিত উপস্থিত থাকি ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক সুৰকান্ত বৰা, অকণি কবিতা ঘৰ, অসমৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়া, সম্পাদক ৰন্টু মুদৈয়ে বহু মূলীয়া বক্তব্য ৰাখে। অকণি কবিতা ঘৰৰ উদ্যোগত ৰূপায়িত এই ব্যতিক্ৰমী অনুষ্ঠানটিক স্থানীয় লোকসকলে ভূয়সী প্ৰশংসা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd