• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

য়ুনিক’ডত অসমীয়া লিপিৰ স্বতন্ত্ৰতা : এভাৰছনক আসমলৈ মতাৰ বিৰোধিতা

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
July 2, 2018 10:18 pm
Michael-Everson.-Photo-source-rovasirasforrai.hu_-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বাসিন্দা শল্য চিকিৎসক তথা অসমীয়া লিপিক য়ুনিক’ডত এটা সুকীয়া লিপি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰথমৰ পৰাই মাত মতা ডাঃ সত্যকাম ফুকনে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত ফুকনে অসম চৰকাৰে মাইকেল এভাৰছনক অসমলৈ আমন্ত্ৰণ কৰাৰ বিষয়ত আপত্তি দৰ্শাইছে। তেওঁ কৈছে যে এভাৰছনক অসমলৈ আমন্ত্ৰিত কৰাটো ৰাজহুৱা ধনৰ অপব্যয় মাথোঁ।

উল্লেখযোগ্য যে অসম চৰকাৰে আইএছঅ’: ১০৬৪৬ মানকত অসমীয়া লিপিৰ বাবে সুকীয়া শ্লট ৰখাৰ বিষয়ত এটা প্ৰস্তাৱনাৰ খচৰা প্ৰস্তুত কৰাৰ বাবে এভাৰছনক আমন্ত্ৰণ কৰিছে।

Apply Now

এভাৰছক অসমলৈ আমন্ত্ৰণ কৰাৰ বিৰুদ্ধাচৰণ কৰাৰ যুক্তি দেখুৱাই ফুকনে কৈছে যে মাইকেল এভাৰছন আছিল য়ুনিক’ড মানকৰ খচৰা প্ৰস্তুত কৰা ব্যক্তিসকলৰ অন্যতম, যিখন খচৰা পৰৱৰ্তী সময়ত আইএছঅ’ : ১০৬৪৬ত প্ৰয়োজনীয় তাল-মিলৰ সৈতে গ্ৰ্ৰহণ কৰা হৈছিল। আইএছঅ’ : ১০৬৪৬ৰ পৰা অসমীয়া লিপিক বিলুপ্তি ঘটোৱা প্ৰধান লোকসকলৰ ভিতৰতো এগৰাকী হৈছে মাইকেল এভাৰছন। তাৰে ভিতৰত কেইগৰাকীমান ভাৰতীয় বিষয়া যেনে ওম বিকাশ, স্বৰ্ণলতা আদিও আছে। তাৰোপৰি, যেতিয়া ২০১২ চনত ফুকনে য়ুনিক’ড ফ’ৰামত অসমীয়া লিপিৰ অন্তৰ্ভুক্তিৰ বিষয়টো উত্থাপন কৰিছিল, তেতিয়া এইগৰাকী মাইকেল এভাৰছনেই অসমীয়া ভাষা আৰু অসমীয়া লোকসকলৰ বিষয়ে অশোভনীয় ভাষা প্ৰয়োগ কৰি প্ৰত্যুত্তৰ দিছিল।

শইকীয়ালৈ প্ৰেৰণ কৰা পত্ৰত ফুকনে এভাৰছনৰ চিঠিৰ পৰা প্ৰাসংগিক মন্তব্যসমূহো  গাঁঠি দিছে।.

তাৰোপৰি, এই পত্ৰখনত কোৱা হৈছে যে এভাৰছন আৰু য়ুনিক’ডৰ দ্বাৰা বলি হোৱা হাংগেৰীৰ এদল কম্পিউটাৰ বিশেষজ্ঞৰ সহায়ত তেওঁ ২০১৪ৰ ১৪জুনত এখন অভিযোগ দাখিল কৰিছিল।

আইএছঅ’ই এভাৰছনক তেওঁৰ আচৰণৰ বাবে আনুষ্ঠানিকভাৱে ভৰ্ৎসনা কৰিছিল। ফুকনে শইকীয়ালৈকে প্ৰেৰণ কৰা পত্ৰখনৰ সৈতে এই সম্পৰ্কে প্ৰেৰণ কৰা ই-মেইলৰ প্ৰতিলিপি এটাও গাঁথি দিছে।

পত্ৰখনত আৰু কোৱা হয় যে এভাৰছনে নিজেই তদৰ্থক প্ৰস্তাৱ হিচাপে বাঙালী ক’ড তালিকা এখনৰ খচৰা প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছিল আৰু ইয়াক লণ্ডনলৈ যোৱা অসমীয়া প্ৰতিনিধিসকলে বৰফ গলা বুলি দাবী কৰিছিল। এভাৰছনে অসমীয়া লিপিৰ বাবে সুকীয়া শ্লট/ৰেঞ্জৰ বাবে কোনো পধ্যেই সন্মত হোৱা নাছিল। তাৰোপৰি তেওঁলোকে ‘ক্ষ’ আখৰটো এনক’ড কৰিবলৈ ইচ্ছা কৰা নাছিল।

পত্ৰখনত আৰু কোৱা হৈছে যে এভাৰছনে খোলাখুলিকৈ কৈছিল যে য়ুনিক’ড মানকৰ লিপ্যান্তৰৰ ক্ষেত্ৰত কৰিবলগীয়া একো নাই। কিন্তু য়ুনিক’ডে আইএছঅ’ : ১৫৯১৯ মানকৰ অন্তৰ্গত ‘উমৈহতীয়া স্থানীয় তথ্য ভঁড়াল’ (CLDR) লিপ্যান্তৰ নীতি নিৰ্দেশনা মানি চলে। ইয়াতেই তেওঁৰ দুমুখীয়া স্থিতি প্ৰকাশ পাইছে।

এই পত্ৰখনত সত্যকাম ফুকনে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত আৰু সচিবগৰাকীক অনুৰোধ কৰিছে যাতে এভাৰছনৰ দৰে এগৰাকী লোকক নিমন্ত্ৰণ কৰি আনি ৰাজহুৱা ধন অযুক্তিকৰভাৱে অপব্যয় কৰি অসমলৈ নিমন্ত্ৰণ জনোৱাৰ বিষয়টো পুনৰ বিৱেচনা কৰে।

স্মিতা ভট্টাটাৰ্য

স্মিতা ভট্টাটাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd