• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোক শিল্পী কমলা গগৈক বকুল বন বঁটা প্রদান

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
January 28, 2018 8:51 am
folk Artist kamala gogoi

যোৰহাটত শনিবাৰে লোক শিল্পী কমলা গগৈক বঁটা প্ৰদান কৰা দেখা গৈছে

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোক শিল্পী কমলা (জয়ন্ত) গগৈক শনিবাৰে যোৰহাটৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ত বকুল বন বঁটা প্ৰদান কৰা হয়।

দিহানাম আৰু টোকাৰী গীতৰ শিল্পী গগৈৰ ঘৰ যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ মৰিজাঁজীত।

Apply Now

লোক কলা, সংগীত আৰু সাহিত্য ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বকুল বন ন্যাস, অসম আৰু অসম বকুল বন সমাজে বছৰি প্ৰদান কৰা এই বঁটাত আছে নগদ ২০,০০০ টকা, এখন প্ৰশংসা পত্ৰ, এখন চেলেং চাদৰ আৰু এটি গ্ৰন্থৰ টোপোলা।

ন্যাসৰ সভাপতি তথা অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সহকাৰী সাধাৰণ সম্পাদক সমীৰণ বৰদলৈয়ে বঁটাটো প্ৰদান কৰি কয় যে কমলা গগৈয়ে হেৰাই যাৱ ধৰা টোকাৰী গীতসমূহ সন্নিৱিষ্ট কৰি ৩০০ পৃষ্ঠাজোৰা এখন গ্ৰন্থ সংকলন প্ৰণয়ন কৰিছে।

গ্ৰন্থখনত গীতসমূহ মৌলিক ৰূপত সন্নিৱিষ্ট কৰাৰ উপৰি গানসমূহৰ ব্যাখ্যাও কৰা হৈছে।

‘’কমলা গগৈক ৪০ বছৰ বয়সত এই বঁটাৰ বাবে বিবেচনা কৰা কৰা হৈছে যদিও  লোক গীতৰ ক্ষেত্ৰত তেওঁৰ অৱদান ইমান অনবদ্য যে এগৰাকী  ৮০ বছৰ বয়সীয়া লোকৰ ক্ষেত্ৰতহে যেন ই প্ৰযোজ্য হয়,’’-বৰদলৈয়ে কয়।

বৰদলৈয়ে কয় যে এগৰাকী লোকৰ পৰিচয় তেওঁৰ লোক সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰে।

টীয়কৰ উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই জয়ন্ত হিচাপে জনপ্ৰিয় গগৈক দিহানামৰ পৱিত্ৰতা ৰক্ষা কৰাৰ বাবে প্ৰশংসা কৰে।

‘’ দিহানামৰ এক ধৰ্মীয় ভিত্তি আছে কিন্তু এতিয়া ই বিকৃত হৈছে আৰু ভক্তিহীন ভাৱে য’তে ত’তে পৰিৱেশন কৰা হয় যিটো কৰা উচিত নহয়,’’-তেওঁ কয়।

গগৈয়ে তেওঁৰ দলৰ সৈতে দিহানাম পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে আৰু লগতে দিহানাম পৰিৱেশনত কেনেকৈ খোল আৰু নাগাৰা অন্তৰ্ভুক্ত হ’ল তাৰ ব্যাখ্যা আগবঢ়ায়।

তেওঁ লগতে প্ৰকাশ কৰে যে ভূপেন হাজৰিকাইয়ো দিহানাম গাইছিল আৰু কৈছিল যে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰয়ানৰ পিছত ৰাজ্যখনৰ লোক সংস্কৃতিৰ বাবে এটা বিৰাট ব্যৱধান সৃষ্টি হৈছিল, যিটো সত্য আছিল।

গগৈয়ে লগতে কয় যে তেওঁ আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰতি কৃতজ্ঞ যিগৰাকীয়ে প্ৰথম তেওঁৰ প্ৰতিভাক স্বীকৃতি দিছিল আৰু এক বিশাল সমাৱেশত প্ৰদৰ্শনৰ বাবে মঞ্চৰ সুবিধা  আগবঢ়াইছিল।

ন্যাসৰ সম্পাদক সৌমিত্ৰ পূজাৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ পৰিচিত কমলা গগৈৰ কৰ্মৰাজিৰ বৰঙণিৰ বিৱৰণ দাঙি ধৰা প্ৰশংসা পত্ৰখন পাঠ কৰে।

 

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd