• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শক্তি লাভৰ বাবে স্বৰ্ণৰাণী হিমাক গোমাংস ভক্ষণৰ পৰামৰ্শ জুবিনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2018 1:21 pm
zubeen-pic-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বিভিন্ন ক্ষেত্ৰত সাফল্যৰ শীৰ্ষত থকা লোকসকলে ধিং এক্সপ্ৰেছ আৰু স্বৰ্ণৰাণী হিচাপে অভিহিত হিমা দাসক অভিনন্দনসূচক বাণীৰে ওপোচাই দিয়াৰ সময়তেই অসমৰ যুৱ সমাজৰ হৃদ-স্পন্দন জুবিন গাৰ্গে হিমাক গোমাংস ভক্ষণ কৰি শক্তি অটুট ৰখাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। অসমৰ অষ্টাদশী দৌৰৰাণী হিমা দাসক জুবিন গাৰ্গে পাৰ চৰাই আৰু মুৰ্গীৰ মাংসৰ সলনি গোমাংস ভক্ষণৰ পৰামৰ্শ দিয়াক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন মহলত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সদায় বিতৰ্কিত মন্তব্য কৰি ভাল পোৱা জুবিন গাৰ্গে শনিবাৰে এখন সংবাদমেলত কয় যে গোমাংস খালেহে হিমাৰ দৌৰাৰ শক্তি বৃদ্ধি পাব। গোমাংসই অধিক শক্তিৰ যোগান ধৰে। ক্ৰীড়াবিদসকলে ধৰ্ম, জাতি আদিৰ উৰ্ধলৈ গৈ কেবল খেলতহে মনঃসংযোগ কৰিব লাগে বুলি জুবিনে কয়।

Apply Now

সংবাদ-মাধ্যমৰ আগত জুবিনে সদৰী কৰিছে, ‘‘দিল্লীত যেতিয়াই মই তাইক (হিমা দাসক) লগ পইছিলোঁ তেতিয়া তাইক কৈছিলোঁ তই ঘৰলৈ সোণৰ পদক লৈ আহিবই লাগিব। পৰৱৰ্তী মাহত আৰম্ভ হ’বলগীয়া এছিয়ান গেমছৰ বাবে তাই বতাহৰ দৰে দৌৰিব লাগিব আৰু নিজৰ সৰ্বোৎকৃষ্টখিনি উজাৰি দিব লাগিব মই কৈছিলোঁ।’’

গায়কগৰাকীয়ে আৰু কয় যে পৰৱৰ্তী বছৰ সমূহত নিজৰ শক্তি অটুট ৰাখিবলৈ হিমাই সকলো সম্প্ৰদায়-সাপেক্ষ নিষিদ্ধতাৰ (taboo) পৰা আঁতৰি গৈ গোমাংস ভক্ষণ কৰিব লাগিব। কাৰণ খেলুৱৈৰ বাবে সকলোৰে আগত হৈছে দেশ। তাৰ পাছতহে বাকীবোৰ।

চৰকাৰে হিমাক নিয়োজিত কৰাৰ বিষয়টোত জুবিনে কয় যে চাকৰি কৰিবলৈ ১৯ বছৰীয়া হিমা এতিয়াও সৰু হৈ আছে আৰু ২৫ বছৰ বয়সলৈকে তেওঁ এগৰাকী এথলীট হিচাপে সক্ৰিয় হৈ থাকিব পাৰিব।চাকৰি কৰাৰ কথাটো এতিয়া উঠিব নালাগে বুলিও তেওঁ কয়। জুবিনে হিমাক ৰাষ্ট্ৰৰ বাবে দৌৰি যোৱাৰ বাবে আহ্বান জনায়।

জুবিনে আৰু কয় যে ট্ৰেকৰ আন্তৰ্জাতিক ইভেণ্ট এটাত সোণৰ পদক লাভ কৰা একমাত্ৰ এথলীট হিচাপে বিৰল কৃতিত্বৰ অধিকাৰী হৈ ভাৰতক বিশ্বৰ মানচিত্ৰত স্থান দিয়া হিমাই এতিয়া কেৱল খেলত মনোযোগ দিব লাগে। ২৫ বছৰ বয়সত অৱসৰ গ্ৰহণৰ পাছত তেওঁ চাকৰিত যোগ দিবলৈ অফুৰন্ত সময় পাব।

অসমৰ সূত্ৰ ধৰি জুবিনে কয় যে ভোগেশ্বৰ বৰুৱা আছিল প্ৰথম এথলীট যিয়ে আন্তৰ্জাতিক ইভেণ্টত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

ভোগেশ্বৰ বৰুৱাৰ পাছতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা দ্বিতীয়গৰাকী ক্ৰীড়াবিদৰ জন্ম দিব পৰাটো অসমৰ বাবে অতি গৌৰৱৰ বিষয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd