• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

শিশু শ্ৰমিকক নিৰাপত্তা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ম্যানমাৰ চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 3:54 pm
a child labourer of burma
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অত্যন্ত প্ৰতিকূল অৱস্থাত কাম কৰি থকা শিশু শ্ৰমিকসকলক সুৰক্ষা দিয়াৰ বাবে ম্যানমাৰ চৰকাৰে এলানি পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ফলপ্ৰসূভাৱে আগবঢ়াৰ উদ্দেশ্যে দেশখনে শিশুসকলৰ বাবে নিৰাপদ বুলি বিবেচিত নোহোৱা কাম কিছুমানৰ এখন তালিকা প্ৰস্তুত কৰিছে।
শ্ৰম আইন, শিক্ষাৰ অধিকাৰ, এনেধৰণৰ কেতবোৰ বিষয়ত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্য আগত ৰাখি দেশখনে এই পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে আন্তৰ্জাতিক শ্ৰম সংস্থাই ৫ আৰু ১৮ বছৰৰ মাজৰ শ্ৰমত নিযুক্ত ব্যক্তিক শিশু শ্ৰমিক হিচাপে বিবেচনা কৰে ।
তথ্য অনুযায়ী সমগ্ৰ ম্যানমাৰত ১.২মিলিয়ন শিশু শ্ৰমিক আছে আৰু তাৰে ৮০ শতাংশই গাঁও এলেকাৰ পৰা অহা।

Apply Now

আন্তৰ্জাতিক শ্ৰম সংস্থাই প্ৰকাশ কৰিছে যে ৫ বছৰ বা ততোধিক বয়সৰ ১.২ মিলিয়ন শিশু দেশখনৰ অবৈধ শ্ৰমৰ বজাৰখনত বন্দী হৈ আছে, যি সকলৰ কিছুমানক দিনটোত ১৪ ঘণ্টা পৰ্যন্ত হাড়ভঙা পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হয়।

আন্তৰ্জাতিক সংস্থাটোৰ প্ৰতিৱেদনত প্ৰকাশ যে শিশু শ্ৰমিকসকলক প্ৰায়েই মালিকসকলে আৰু বয়সীয়া কৰ্মচাৰীসকলে গালি-শাপনি পাৰে, যিয়ে তেওঁলোকৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে।

ম্যনমাৰৰ শ্ৰম আইনে ব্যক্ত কৰে যে কাৰখানাত কাম কৰা শিশুসকলকহে শিশু শ্ৰমিক হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি।
আনুমানিক ১১,০০০ শিশুৱে ম্যানমাৰৰ চাহৰ দোকান আৰু ৰেষ্টোৰাঁসমূহত কাম কৰি আছে।

২০১৩ চনৰ ডিচেম্বৰ মাহৰ ১৮ তাৰিখে ম্যানমাৰে সংস্থাটোৰ আন্তৰ্জাতিক শ্ৰম সংস্থা চুক্তি-১৮২ ( ILO Convention 182) নামৰ ‘আটাইতকৈ বিপজ্জনক প্ৰকাৰৰ শিশু শ্ৰম’ চুক্তিখনত স্বাক্ষৰ কৰে আৰু ২০১৫ চনৰ ছেপ্টেম্বৰত এটি কাৰ্যকৰীকৰণ প্ৰতিৱেদন আগবঢ়ায়।
আন্তৰ্জাতিক শ্ৰম নীতি আৰু শ্ৰম অধিকাৰৰ প্ৰায়োগিক দিশসমূহৰ সৈতে একে মানৰ কৰি তেলাৰ উদ্দেশ্যে দেশখনে ইয়াৰ শ্ৰম সম্পৰ্কীয় আইন-কানুনসমূহ পুনৰীক্ষণ কৰি আছে। শেহতীয়াভৱে ম্যানমাৰৰ সংসদে দেশখনৰ শ্ৰম আইনৰ সংশোধন কৰিছে আৰু নতুন শ্ৰম আইন প্ৰণয়ন কৰিছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd