• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

শিৰস্ত্ৰাণক লৈ কৰা শশী থাৰুৰৰ মন্তব্যই নাগা মানসিকতাত আঘাত কৰিছে : নাগা পীপল্ছ ফ্ৰণ্ট

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
August 7, 2018 8:22 pm
shashitharoor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শশী থাৰুৰে নাগা শিৰস্ত্ৰাণৰ ওপৰত কৰা মন্তব্যক এটা তাৎক্ষণিক বুলি মন্তব্য বুলি অগ্ৰাহ্য কৰিছে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। এখন আলোচনাচক্ৰত শশী থাৰুৰে নৰেন্দ্ৰ মোদীয়ে নাগা সাজ-পোছাক আৰু শিৰস্ত্ৰাণ পৰিধান কৰাক হাস্যাষ্পদ আখ্যা দিছিল।

আজি এটা বিবৃতি যোগে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কৈছে যে  বিজেপিয়ে শশী থাৰুৰৰ এই মন্তব্যটোক লৈ ৰাজনীতিকৰণ কৰি অধিক গুৰুত্বপূৰ্ণ বিষয়সমূহ এৰাই চলিবলৈ চেষ্টা কৰিছে।

Apply Now

এই সন্দৰ্ভত নাগা পীপল্‌ছ ফ্ৰণ্টে কৈছে যে শশী থাৰুৰৰ এই মন্তব্যই নাগাসকলৰ মানসিকতাত আঘাত কৰিছে।  নাগা পীপল্‌ছ ফ্ৰণ্টে শশী থাৰুৰে তেওঁৰ বক্তব্য উঠাই লোৱাটো দাবী কৰিছে।

ইফালে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কৈছে যে শশী থাৰুৰৰ এই বক্তব্যক লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু মন্ত্ৰীসকলকে ধৰি মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’ আৰু তেওঁৰ কেইগৰাকীমান কেবিনেট মন্ত্ৰীয়ে সৰ্বাধিক ৰাজনৈতিক লাভ আদায় কৰিবলৈ চেষ্টা কৰিছে।

নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰু কৈছে যে ১৬ বছৰ ধৰি একেই নেতৃত্বৰ অপশাসনত নাগাসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে।

এনপিচিচিৰ মতে বিজেপিয়ে  অতি ভক্তি দেখুৱাইছে যদিও ৰাজ্যখনৰ সাম্প্ৰতিক আৰ্থ-সামাজিক অৱস্থাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনেই দায়ী।

এনপিচিচিয়ে আৰু কৈছে যে ৰাজ্যিক বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিল্লীৰ মছনদত বহি থকা তেওঁলোকৰ সাম্প্ৰদায়িক নেতৃত্বৰ নিৰ্দেশত নাগা জাতিটো আৰু ইয়াৰ মানুহবোৰক ক্ৰমশঃ টেঁটু চেপি অনাৰ সলনি সেৱাৰ মনোভাৱেৰে কাম কৰি যোৱাটো কংগ্ৰেছে বিছাৰে।

উল্লেখ্য যে শশী থাৰুৰে তিৰুৱান্তপুৰম প্ৰেছ ক্লাবত সোমবাৰে মন্তব্য কৰিছিল, ‘‘ভাৰতৰ য’লৈ যায় ত’তেই সকলো প্ৰকাৰৰ বিজতৰীয়া শিৰস্ত্ৰাণ পৰিধান কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলিমৰ টুপী পৰিধান কৰিবলৈ অমান্তি হয় কিয়?’’

উল্লেখ্য যে থাৰুৰৰ মন্তব্যৰ পাছতে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী ৰিঅ’ই টুইটাৰত এই মন্তব্যৰ বাবে শশী থাৰুৰে ক্ষমা খোজাটো বিছাৰিছিল। ‘‘নাগাসকলৰসম্পদশালী ঐতিহ্য আৰু বাৰেৰহণীয়া সংস্কৃতি আছে। আমি আমাৰ ইতিহাস আৰু পৰম্পৰাক লৈ গৰ্বিত। নাগাসকলৰ শিৰস্ত্ৰাণ বিখ্যাত আৰু সন্মানজনক। এই শিৰস্ত্ৰাণ বিজতৰীয়া নিশ্চয়কৈ নহয়। পাৰস্পৰিক সন্মানে এটা মহান জাতি নিৰ্মাণ কৰে। যিয়ে আমাৰ মানসিকতাক আঘাত কৰে তেওঁ সেই মন্তব্য উঠাই লোৱাৰ উপৰিও ইয়াৰ বাবে ক্ষমা খুজিব লাগিব।”

নাগা হোহোৱেও (Naga Hoho)  থাৰুৰৰ মন্তব্যৰ তীব্ৰ গৰিহণা দিছে আৰু থাৰুৰৰ ৰাজনৈতিক গুৰুত্বলৈকে লক্ষ্য কৰি এই মন্তব্যক অক্ষমণীয় বুলি কৈছে।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd