• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

শুনানিৰ সময়ত মুখ্য সচিবৰ অনুপস্থিতি : মেঘালয় চৰকাৰক চমন সৰ্বোচ্চ ন্যয়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2018 12:37 pm
View of Supreme Court of India in Delhi on 26 February 2014. Manit.DNA
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱেশ সম্পৰ্কীয় পুঁজিৰ সঠিক উপযোগ নকৰি অন্য কামত ব্যৱহাৰ কৰাৰ সন্দৰ্ভত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা শুনানিৰ সময়ত মেঘালয়ৰ মুখ্য সচিব উপস্থিত নথকাৰ বাবে মেঘালয় চৰকাৰলৈ চমন জাৰী কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

সৰ্বোচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে যে মেঘালয়কে আদি কৰি বহুকেইখন ৰাজ্যৰ চৰকাৰে পৰিৱেশ সংৰক্ষণৰ দ্বাৰা জনসাধাৰণৰ কল্যাণ সাধন কৰাৰ বাবে যি পুংজিৰ আবণ্টন দিয়া হৈছিল সেই ধনৰাশি অন্য কাম যেনে পৌৰসভাৰ কামত ব্যয় কৰিছে।

Apply Now

সৰ্বোচ্চ ন্যায়ালয়ে মেঘালয়ৰ মুখ্য সচিবক সোমবাৰে আদালতত হাজিৰ হৈ শুনানিত উপস্থিত থাকিবৰ বাবে বাবে কঠোৰ নিৰ্দেশ জাৰী কৰিছে।

মদন বি লকুৰ আৰু দীপক গুপ্তাৰে গঠিত এখন খণ্ড বিচাৰপীঠে কৈছে যে ক্ষতিপূৰক বৃক্ষৰোপণ পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা প্ৰাধিকৰণৰ (Compensatory Afforestation Funds Management and Planning Authority) ৫০,০০০ কোটি সহ প্ৰায় ৭৫,০০০ টকা ৰাজ্য চৰকাৰসমূহৰ ওচৰত অব্যৱহৃত অৱস্থাত পৰি আছে।

ইয়াৰ পূৰ্বে মেঘালয়ে পূৰণ কৰা এক শপতনামাৰ ওপৰত ভিত্তি কৰি সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যৰ মুখ্য সচিবগৰাকীক আদালতত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল। এই শপতনামাত উল্লেখ কৰা আছে যে জনসাদাৰণৰ কল্যাণৰ বাবে আবণ্টিত ধন বেংকত জমা হৈ আছে।

শ্বিলং টাইমত এই সন্দৰ্ভত প্ৰকাশিত প্ৰতিৱেদনটোত কোৱা হৈছে যে এই ধ:ৰাশি কেনেদৰে ব্যৱহাৰ কৰা হৈছে সেই সন্দৰ্ভত কেন্দ্ৰ পৰা উত্তৰ বিচাৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।

ইয়াৰ পূৰ্বেও পুঁজি ব্যৱহাৰ নকৰাৰ বাবে মেঘালয়লৈ চমন জাৰী কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে শুনানিৰ সময়ত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ হৈ সৰ্বোচ্চ ন্যায়ালয়ত উপস্থিত থকা অতিৰিক্ত মহাধিবক্তা এ এন এছ নাদকাৰ্ণিয়ে বিচাৰপীঠখনৰ ওচৰত বক্তব্য ৰাখিছিল যে পুজিখিনি নিৰাপদে আছে আৰু প্ৰশ্নটো হৈছে ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হ’ব।

উল্লেখ্য যে পৰিৱেশবিদ এম চি মেহতাই দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী এলেকাত হোৱা বায়ু প্ৰদূষণৰ বিষয়ত প্ৰেৰণ কৰা এখন জনস্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ে শুনানি জাৰী কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd