• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

শ্বিলঙত ফিৰিঙতিৰ পৰা খাণ্ডৱ-দাহ : এতিয়াও অগ্নিগৰ্ভা হৈ আছে ১৪টাকৈ আৱাসিক এলেকা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 9:13 pm
shillong-saturday-570x320

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বিলঙৰ মতফ্ৰান  আৱাসিক এলেকাত আৰম্ভ হোৱা এজন খাছী ল’ৰা আৰু এগৰাকী পাঞ্জাবী মহিলাৰ মাজৰ সামান্য তৰ্ক-বিতৰ্কই অৱশেষত সমগ্ৰ শ্বিলঙক জোঁকাৰি যোৱা হিংসাত্মক ঘটনাটোৰ ৰূপ লৈছে। এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে এগৰাকী মহিলাই এটা টেপৰ পৰা পানী লৈ থকা অৱস্থাত ওচৰতে ৰৈ থকা বাছ এখনক তাৰ পৰা আঁতৰি যোৱাৰ বাবে সংকেত দিছিল। বাছখন আঁতৰি নোযোৱাত মহিলাগৰাকীয়ে বাছখনলৈ বুলি শিলগুটি মাৰি পঠিয়ায়।

তাৰ পাছত মহিলাগৰাকী কিছু সময়ৰ পাছত উভতি আহি পুনৰ আক্ৰমণাত্মক হৈ পৰে। লগে লগে কাজিয়া গৈ বাছ চালকৰ দল আৰু সেই ঠাইৰ বাসিন্দাসকলৰ মাজৰ খণ্ডযুদ্ধলৈ পৰিৱৰ্তিত হৈ পৰে। ছ’চিয়েল মেডিয়াত এই বাতৰি বিয়পি পৰাৰ লগে লগে বনজুইৰ দৰে বিয়পি পৰে হিংসাত্মক ঘটনাৰ পৰিধি। ক্ৰমে ক্ৰমে এটা সৰু আৱাসিক এলেকাৰ পৰা বাঢ়ি গৈ হিংসাত্মক ঘটনাই শ্বিলঙৰ ১৪টা অঞ্চললৈ বিস্তৃতি লাভ কৰে।

Apply Now

জানিব পৰা মতে বৃহস্পতিবাৰে আবেলি বাছ চালক আৰু  মতফ্ৰান এলেকাৰ বাসিন্দাসকলৰ মাজৰ মতানক্যৰ পাছত শুকুৰবাবে আবেলি মতফ্ৰান  আৰু মাওখাৰ এলেকাত দুয়োটা দলৰ মাজত শিল নিক্ষেপৰ ঘটনা সংঘটিত হৈছিল।

হিংসাত্মক ঘটনা বিয়পি যোৱাত বাধা দিয়াৰ বাবে প্ৰশাসনে শ্বিলঙত মোৱাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে চহৰখনৰ ১৪টা আৱাসিক এলেকাত সান্ধ্য আইন জাৰী কৰে।

সান্ধ্য আইন জাৰী কৰা এলেকাসমূহ হৈছে জাইয়াও, মাওখাৰ, উমছোহছুন, ৰাইটছামথিয়াহ, ৱাহংদহ, মিশ্যন, মাওপ্ৰেম, লুমদেইংজ্ৰি, লামা ভিলা, ক্বালাপট্টি, ৱাহথাপব্ৰু, ছানি হিলছ, কেণ্টনমেণ্ট আৰু মাওলং হাট।

Shillong-Friday-night-300x225
ফটো : নৰ্থ-ইষ্ট নাও

লগতে মাওখাৰ, জাইয়াও, মাওখাৰ, ৰাইটছামথিয়াহ, ৱাহংদহ, মিশ্যনৰ মুখিয়ালসকল আৰু এই এলেকাসমূহৰ জ্যেষ্ঠ নাগৰিকসকল আৰু ঘটনাত জড়িত হৈ পৰা যুৱকজনৰ সৈতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে ছাংমা, গৃহ মন্ত্ৰী জেমছ চাংমা, স্বাস্থ্য মন্ত্ৰী এ এল হেক, পৰ্যটন মন্ত্ৰী মেতবাহ লিংডো, ক্ৰীড়া মন্ত্ৰী বান্তেইডোৰ লিংডো আৰু এলবাৰ্ট নংগ্ৰুমে মেঘালয় সচিবালয়ৰ এখন সভা অনুষ্ঠিত কৰে। এই সভাত উত্তৰ শ্বিলং সমষ্টিৰ অন্তৰ্গত মতফ্ৰান আৰু ইয়াৰ আশ-পাশৰ এলকাসমূহৰ অইন-কানুনগত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়।

চৰকাৰ আৰু ৰাইজৰ প্ৰতিনিধিসকলৰ মাজত এলেকাসমূহৰ আইন-কানুনজনিত অৱস্থাৰ এটা ইতিবাচক সিদ্ধান্তত উপস্থিত হোৱাৰ পাছত এলেকাসমূহৰ মুখিয়ালসকলে চৰকাৰক স্থানীয় বাসিন্দাসকল বাস কৰা স্থানৰ পৰা আৰক্ষীৰ লোক ততালিকে আঁতৰাই নিবলৈ অনুৰোধ জনায়।

মুখ্য মন্ত্ৰীয়ে কয় যে সংশ্লিষ্ট বিভাগৰ পৰা এই এলেকাসমূহৰ শেহতীয়া পৰিস্থিতি উন্নত হোৱা বুলি বাৰ্তা লাভ কৰাৰ পাছতেই সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হ’ব।

এলেকাৰ মুখিয়ালসকলে চৰকাৰক আশ্বাস দিয়ে যে তেওঁলোকে এই এলেকাসমূহলৈ সাধাৰণ অৱস্থা ঘূৰাই অনাৰ বাবে যথা সম্ভৱ সহায়তা আগবঢ়াব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd