• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰেণীত বহিবলৈ শংকিত হৈ পৰিছে বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 14, 2018 5:10 pm
B-2-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাঁথনিৰ বহু ঠাইত ফাট মেলাৰ বাবে বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনটো ভাঙি পৰাৰ উপক্ৰম হৈছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে এনে পৰিস্থিতিৰ বিষয়ে জানিবলৈ দিয়ে।

Apply Now

বজালী মহাবিদ্যালয় বৰপেটা জিলাৰ  আটাইতকৈ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। মহাবিদ্যালয়খন ১৯৫৫ চনত স্থাপিত হৈছিল আৰু ই ‘নাক’ৰ এ গ্ৰেড লাভ কৰিছে।

তিনি মহলীয়া বিজ্ঞান ভৱনটোত জীৱবিদ্যা, ৰসায়নশাস্ত্ৰ, পদাৰ্থবিদ্যা, ভূগোল, পৰিসংখ্যাৰ দৰে বিভিন্ন বিভাগসমূহ থকাৰ লগতে অধ্যক্ষৰ কাৰ্যালয় আৰু প্ৰশাসনীয় কাৰ্যালয়টো ইয়াত আছে।

মহাবিদ্যালয়খন স্থাপিত হোৱাৰ পিছতে নিৰ্মাণ কৰা ভৱনটোত দৈনিক কেইবাহাজাৰো ছাত্ৰ-ছাত্ৰী শ্ৰেণীত উপস্থিত হয়। উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্প প্ৰৱন অঞ্চল হোৱালৈ লক্ষ্য ৰাখি ভৱনটোত দৈনিক শ্ৰেণীত উপস্থিত থকাটো এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলে সদায় ভৱনটো ভাঙি পৰাৰ শংকা লৈ মহাবিদ্যালয়ত উপস্থিত হ’বলগীয়া হৈছে।

PicsArt_03-12-05.06.00-570x320

অধ্যক্ষগৰাকীয়ে কোনো অবাঞ্চিত ঘটনা সংঘটিত হোৱাৰ পূৰ্বে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বৰপেটাৰ উপায়ুক্তকে ধৰি বহু কেইটা উদ্ধৰ্তন কৰ্তৃপক্ষলৈ পত্ৰ লিখিছিল যদিও এতিয়ালৈকে কোনো সঁহাৰি লাভ কৰা নাই।

পিতৃ-মাতৃ তথা অভিভাৱকসকলেও ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বিষয়ে চিন্তা ব্যক্ত কৰিছে।

বজালী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাকেশ চৌধুৰীয়ে কয়, ‘’মহাবিদ্যালয়খনত এটা সুস্থ শিক্ষাৰ পৰিৱেশ তেতিয়াহে সম্ভৱ যেতিয়া ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে পৰ্যাপ্ত সা-সুবিধা লাভ কৰে। সেয়া কেৱল শিক্ষণ প্ৰক্ৰিয়াৰ লগতে সম্পৰ্কিত নহয়, কিন্তু সুৰক্ষা আৰু ভাল আন্ত:গাঁথনিৰ লগতো সম্পৰ্কিত। বিজ্ঞান ভৱনটো ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ বাবে উপযুক্ত নহয়।‘’

বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভৱনটো মেৰামতিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।

 

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd