• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সদৌ অসম উকীল সন্থাৰ সদস্যপদ ত্যাগ বজালী বাৰ এছ’চিয়েছনৰ

by
November 23, 2024 3:01 pm
111
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কত সদৌ অসম উকীল সন্থা! সদৌ অসম উকীল সন্থাৰ যোৱা ২৭, ২৮ আৰু ২৯ ছেপ্টেম্বৰত পাঠশালাত অনুষ্ঠিত হৈ যোৱা ১৮ সংখ্যক দ্বিবার্ষিক বজালী অধিৱেশনত গ্রহণ কৰা কেইবাটাও সিদ্ধান্ত সন্দর্ভত ক্ষোভ প্রকাশ কৰিছে বজালী উকীল সন্থাই। পৰহি বজালী উকীল সন্থাৰ কাৰ্যালয়ত বজালী উকীল সন্থাৰ তদর্থ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত হয়।

সভাত সদৌ অসম উকীল সন্থাই ১৮ সংখ্যক দ্বিবার্ষিক বজালী অধিৱেশনত গ্রহণ কৰা কেইবাটাও সিদ্ধান্ত সন্দর্ভত বিশদভাবে আলোচনা কৰি তীব্র ক্ষোভ প্রকাশ কৰে৷ আজি বজালী উকীল সন্থাৰ তদর্থ সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, সম্পাদকদ্বয় নৱজিৎ শৰ্মা, ৰঞ্জিত কলিতা স্বাক্ষৰিত এক বিবৃতিত সদৌ অসম উকীল সন্থাই সন্থাৰ সংবিধান উলংঘা কৰি বজালী উকীল সন্থাৰ পৰা ১৮ সংখ্যক দ্বিবার্ষিক অধিৱেশনত প্রয়োজনীয় অর্হতা নথকা সত্ত্বেও বজালী উকীল সন্থাৰ সদস্য গোপাল তালুকদাৰক উপ-সভাপতি হিচাপে ঘোষণা কৰা, অধিৱেশনত প্রতিনিধি অন্তর্ভুক্ত কৰা আৰু যোৱা ১৯ নৱেম্বৰত সদৌ অসম উকীল সন্থাৰ কাৰ্যালয়ত বজালী উকীল সন্থাৰ তদর্থ সমিতিৰ যুটীয়া সম্পাদকদ্বয় তথা বজালী সন্থাৰ প্রতিনিধিদ্বয় নৱজিৎ শৰ্মা আৰু ৰঞ্জিত কলিতাক সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক কুমাৰ দাসে কৰা দুর্ব্যৱহাৰৰ বাবে বজালী উকীল সন্থাই সদৌ অসম উকীল সন্থাৰ সদস্য পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে।

প্ৰেছ বিবৃতিটোত যোৱা ১৯ নৱেম্বৰত বজালী উকীল সন্থাৰ প্রাক্তন সভাপতি গোপাল তালুকদাৰ আৰু প্ৰাক্তন সম্পাদক দীপক বয়ে সামাজিক মাধ্যমত বজালী উকীল সন্থাৰ তদর্থ সমিতিখনক অবৈধ বুলি অভিহিত কৰি উক্ত সমিতিৰ বিষয়ববীয়া সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ লগতে বজালী উকীল সন্থাৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল সন্দৰ্ভত মিথ্যাচাৰৰ আশ্ৰয় লৈ যি মন্তব্য দিছিল, সেই সন্দর্ভতো সভাত বিশদভাবে আলোচনা কৰি সকলো সদস্যই প্রাক্তন সভাপতি গোপাল তালুকদাৰ আৰু প্ৰাক্তন সম্পাদক দীপক ৰয়ক তীব্ৰ গৰিহণা দিয়ে।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd