• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমাগত মিজোৰাম বিধানসভা নিৰ্বাচন, ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2023 3:31 pm
451
VIEWS
Share on FacebookShare on Twitter

সমাগত মিজোৰাম বিধান সভা নিৰ্বাচন। অহা নবেম্বৰ মাহত অনুষ্ঠিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ বিধান সভাৰ নিৰ্বাচন। 

তদুপক্ষে কংগ্ৰেছ দলে প্ৰস্তুত কৰি উলিয়াইছে এখন প্ৰাৰ্থীৰ তালিকা। এই তালিকাত আছে ৩৯ গৰাকী বিধায়ক প্ৰাৰ্থীৰ নাম। 

দলটোৱে জনোৱা মতে, দলৰ ৰাজ্যিক গোটৰ মুৰব্বী লালচাওতাই আইজল পশ্চিম-৩ ত প্ৰতিদ্বন্দ্বিতা কৰিব।

অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰাম বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে ৰাজ্যখনত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰামত গান্ধী উপস্থিত হোৱাৰ সময়তে কংগ্ৰেছে এই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।

মিজোৰামৰ ৪০  খন বিধান সভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। ৭ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ ফলাফল ঘোষণা কৰা হ’ব ৩ ডিচেম্বৰত।

Recent News

হাৰ্ভাৰ্ডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ ট্ৰাম্পে লোৱা সিদ্ধান্তক লৈ মৌন ভাৰত চৰকাৰ! কংগ্ৰেছৰ তীব্ৰ সমালোচনা

হাৰ্ভাৰ্ডত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ ট্ৰাম্পে লোৱা সিদ্ধান্তক লৈ মৌন ভাৰত চৰকাৰ! কংগ্ৰেছৰ তীব্ৰ সমালোচনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অবৈধ খননত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

লখিমপুৰৰ এখন বিদ্যালয়লৈ ভাবুকি কঢ়িয়াই আনিছে ডিক্ৰং নদীৰ বান খনীয়াই! কাণসাৰ নাই চৰকাৰৰ

জ্যোতি মালহোত্ৰাৰ সৈতে ঘনিষ্ঠ যোগাযোগ! ইউটিউবাৰ যশবীৰ সিঙক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ

জ্যোতি মালহোত্ৰাৰ সৈতে ঘনিষ্ঠ যোগাযোগ! ইউটিউবাৰ যশবীৰ সিঙক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd