• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সহায় ৰক্তদান অসম’ৰ উদ্যোগত নগাঁৱত ৰক্তদান শিবিৰ : বিধায়ক, বিশিষ্ট ব্যক্তি,ছাত্ৰ-ছাত্ৰীৰ ৰক্তদান

মিন্টু দাস by মিন্টু দাস
June 24, 2018 8:49 am
blood donation nagaon
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বেচ্ছাসেৱী সংগঠন ‘সহায় ৰক্তদান অসম’, ৰক্তদান ইণ্ডিয়া আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত শনিবাৰে নগাঁৱৰ বেপ্টিষ্ট কনভেনচনৰ জুবিলী ট্ৰেইনিং হলত এখনি ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “সহায় ৰক্তদান অসম”ৰ প্ৰতিষ্ঠা দিৱস আৰু বিশ্ব ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি এই শিবিৰৰ আয়োজন কৰা হয়।

পুৱাৰ ভাগত সংগঠনটোৰ পতাকা উত্তোলন কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ কাউন্সিলৰ ৰিংকু দত্তই। তেখেতৰ চমু ভাষণত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু এনে স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ যে অকল চহৰ অঞ্চলতেই নহয় দাঁতিকাষৰীয়া অঞ্চলটো অনুষ্ঠিত হোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰে।

Apply Now

ইয়াৰ পিছতে ৰক্তদান শিবিৰ মুকলি কৰে ‘সহায় ৰক্তদান অসম’ৰ  প্ৰশান্ত ফুকনে। ৰক্তদানৰ দৰে মহান দান আৰু নিঃস্বাৰ্থভাৱে সমাজৰ হিতৰ বাবে ব্ৰতী সংগঠনটোৰ উদ্দেশ্যৰ লগতে শিবিৰটোত উপস্থিত সকলোকে সহযোগিতাৰ বাবে তেওঁ ধন্যবাদ জনায়।

জিলা বন বিষয়া শুভাষীস দাস আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা স্মৰজিত ওজাই প্ৰথমতেই ৰক্তদান কৰি ৰক্তদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে, ৰক্তদানৰ উদ্দেশ্যৰেই এই শিবিৰত উপস্থিত হৈ এই মহান দানৰ অংশীদাৰ হয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।

শেহতীয়াকৈ কাৰ্বি আংলঙৰ ডকমকাত অতি নৃশংসভাৱে মৃত্যু বৰণ কৰা শিল্পী নিলোৎপল নাথ আৰু এগৰাকী নিয়মীয়া ৰক্তদাতা অভিজিত দাসৰ স্মৃতিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে বিধায়কগৰাকীয়ে। উঠি অহা প্ৰজন্মৰ সমাজ বিৰোধী অমানৱীয় ক্ৰিয়া কলাপৰ বিপৰীতে নগাঁৱৰ যুৱ প্ৰজন্মৰ এনে উৎসাহজনক মানৱীয় প্ৰমূল্যবোধৰ বাবে তেখেতে উপস্থিত সকলোৰে ভূয়সী প্ৰসংশা কৰে।

সহায় ৰক্তদান অসমৰ সম্পাদক আৰু প্ৰতিস্থাপক তথা নগাঁও জিলাৰ সক্ৰিয় সদস্য নৌমান ইছলাম প্ৰমুখ্যে সকলোৰে পূৰ্ণ সহযোগত এই ৰক্তদান শিবিৰত গৰিষ্ঠসংখ্যক ৰুক্তদাতাই ৰক্তদান কৰে। কেইবাজনো জ্যেষ্ঠ ৰক্তদাতাৰ উপৰি চহৰখনৰ ভালেকেইখন মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ- ছাত্ৰীয়ে ৰক্তদান কৰি শিবিৰটো সফল কৰি তোলে।

মিন্টু দাস

মিন্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd