• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাম্প্ৰদায়িক কাৰ্য্যসূচী থকা ৰাজনৈতিক দলৰ পৰা ভোটাৰক সতৰ্ক থকাৰ আহ্বান নাগালেণ্ড বেপ্তিষ্ট চাৰ্চ্চ কাউন্সিলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2018 7:43 pm
nbcc nagaland

এনবিচিচি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক ভূমিকাত অৱতীৰ্ণ হৈছে নাগালেণ্ড বেপ্তিষ্ট চাৰ্চ্চ কাউন্সিল।

এ’ন বি চি চিৰ সাধাৰণ সম্পাদক ৰেৱাৰেণ্ড ডঃ জে’লৌ কীহ’ই ৰাজ্যখনৰ ভোটাৰসকলক সাম্প্ৰদায়িক কাৰ্য্যসূচী থকা যিকোনো ৰাজনৈতিক দলৰ পৰা সতৰ্ক থকাৰ বাবে আহ্বান জনাইছে।

Apply Now

গীৰ্জাৰ নেতাজনে কয়, ‘সাম্প্ৰদায়িক কাৰ্য্যসূচী থকা দলক ভোট দিয়াতো গীৰ্জা আৰু ভোটাৰসকলৰ বাবে দুৰ্ভাগ্যজনক হ’ব।’

সংগঠনটোৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ২১ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনা মককচাঙৰ ইম্পুৰত এক সংবাদমেলত শুকুৰবাৰে এই মন্তব্য আগবঢ়াইছে নেতাজনে।

তেওঁ সজোৰে ঘোষণা কৰে যে সাম্প্ৰদায়িক ধাৰাৰ যিকোনো দল বা ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশ এখনত অন্য ধৰ্মৰ অনুগামীসকলৰ অধিকাৰক দমাই ৰাখিব খোজাৰ বিৰুদ্ধে এনবিচিচিয়ে সংগঠন হিচাপে থিয় দিব।

সংগঠনটোৰ নিকা নিৰ্বাচন অভিযান (Clean Election Campaign) উদ্যোগৰ বিষয়ে জনাই কীহ’ই কয় যে ৰাজ্যখনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত ‘খ্ৰিষ্ট্ৰীয় মূল্যবোধ আৰু নীতিসমূহ’ (Christian values and principles)ৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে লোৱা ই এক নৈতিক আন্দোলন।

গীৰ্জাই এই অভিযানৰ যোগেদি কোনো ৰাজনীতি খেলা নাই বুলিও তেওঁ লগতে স্পষ্ট কৰি দিয়ে।

তেওঁ জনাই যে গীৰ্জাই নাগাসকলৰ বিৱেক জাগ্ৰত কৰিব খুজিছে আৰু দুৰ্নীতি নিৰ্মূলকৰণৰ বাবে নিৰ্বাচনক এক নৈতিক আৰু অধ্যাত্মিক বিষয় হিচাপে চোৱাত তেওঁলোকক সহায় কৰিব খুজিছে।

তেওঁ কয়, ‘ই এক অবিৰত অভিযান আৰু নিৰ্বাচন শেষ হোৱাৰ পিছতো ই অব্যাহত থাকিব।’

এনবিচিচিৰ অধ্যক্ষ তথা নিকা নিৰ্বাচন অভিযানটোৰ আহ্বায়ক ৰেৱাৰেণ্ড ডঃ মাৰ এতচংচ্চে’ঞ্জাৰে কয় নাগাসকল যদি যীশু খ্ৰিষ্টৰ নীতি আৰু শিক্ষা মানি চলা প্ৰকৃত খ্ৰিষ্টান হয় তেন্তে খৃষ্টান দৃষ্টিভ্ংগীৰ পৰা নিকা নিৰ্বাচন তেনেই এটা সহজ কাম।

তেওঁ কয় যে এক দায়িত্ব্শীল সংগঠন হিচাপে এনবিচিচিয়ে কোনো ৰাজনৈতিক দলকে সমৰ্থন বা বিৰোধিতা নকৰে।

তেওঁ লগতে কয় যে এই নিকা নিৰ্বাচন অভিযানৰ লক্ষ্য ভাল নেতা আৰু ভাল শাসনৰ বাট মুকলি কৰা।

ৰেৱাৰেণ্ড ডঃ মাৰ এতচংচ্চে’ঞ্জাৰে  লগতে কয়, ‘নিৰ্বাচন ভাৰতীয় সংবিধানৰ ক্ষমতাৰ ভিতৰৰ প্ৰক্ৰিয়া হোৱাৰ বিপৰীতে নিকা নিৰ্বাচন হৈছে আমাৰ ভূমিৰ পৰা নিৰ্বাচনী প্ৰক্ৰিয়াটোত চলি থকা অশুভ কাৰ্য্যকলাপসমূহ আঁতৰ কৰাৰ এক আধ্যাত্মিক আন্দোলন। সেয়ে আমাৰ উদ্দেশ্য বেলেগ আৰু ইয়াক লৈ বিভ্ৰান্ত হোৱা অযুগুত।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd