• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰ সলনি বিজেপিৰ : মেঘালয়ত মিত্ৰতা কৰি নিৰ্বাচন খেলাৰ ইংগিত

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 9, 2017 10:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত কংগ্ৰেছক অকলেই শাসনৰ পৰা আঁতৰাম বুলি ইমান দিনে কৈ অহা বিজেপিয়ে আজি নিজৰ স্থিতি সলনি কৰি মেঘালয়ৰ নিৰ্বাচনত অন্যান্য দলৰ সৈতে মিত্ৰতাৰ ইংগিত দিয়ে। আজি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত  সংবাদ মাধ্যমৰ লোকৰ আগত ৰাজ্যখন ভ্ৰমণৰত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মেঘালয়ৰ দায়িত্বত থকা ৰাম মাধৱে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মেঘালয় বৰ্তমান বিধানসভাখনৰ কাৰ্য্যকাল অহা বছৰৰ মাৰ্চত অন্ত পৰিব আৰু সেয়ে বছৰটোৰ প্ৰথমভাগতেই বিধানসভাৰ নিৰ্বাচন হোৱাৰ কথা। আনহাতে অহা ১৬ ডিচেম্বৰত ৰাজ্যখন ভ্ৰমণ কৰিবলৈ মোদী অহাৰ কথা আৰু তাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ বুজ ল’বলৈ দলটোৰ ৰাষ্ট্ৰীয় সম্পাদকজনে ৰাজ্যখন ভ্ৰমণ কৰিছে। শ্বিলঙত আজি নেতাজনে সাংবাদিকৰ আগত কয়, ‘আমি বন্ধুভাৱাপন্ন দলৰ লগত হাত মিলাই চৰকাৰ গঠন কৰিব পাৰিম বুলি আত্মবিশ্বাসী হৈ আছো।’ মুকুল চাংমাৰ নেতৃত্বাধীন কংগ্ৰেছক প্ৰতিহত কৰাৰ বাবে যে আন একো উপায় নাই সেই সুৰ তেওঁৰ কথাত ফুটি উঠা দেখা গৈছিল। কিন্তু আজি কিছু দিনৰ আগলৈকে এই বিজেপি দলেই ৬০ জনীয়া সদস্যৰ বিধানসভাৰ নিৰ্বাচনত নিচেই কমেও ৪০ খন আসন পাব বুলি দাবী কৰিছিল আৰু তাৰ বাবে তেওঁলোকে ‘মিছন-৪০’ৰ কথা কৈছিল।

মেঘালয়ৰ বুদ্ধিজীৱীৰ সৈতে মত বিনিময় ৰাম মাধৱৰ।

আনহাতে সাংবাদিকে নেতাজনক বিজেপিয়ে ‘নিকা ভাবমূৰ্তি’ৰ লোকৰ পৰিৱৰ্তে দুৰ্নীতিৰ অভিযোগ থকা লোকক দলটোলৈ আদৰণি জনাইছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘মিছাকৈও দুৰ্নীতিৰ অভিযোগ যিকোনো লোকৰ বিৰুদ্ধে দিব পাৰে। মই এইটো ডাঠি ক’ম যে আমাৰ কোনো দুৰ্নীতিত জড়িত নাই।’

Apply Now

‘যিসকলে মুকুল চাংমাৰ দুৰ্নীতি আৰু অকৰ্মণ্যতাত বিৰক্ত হৈছে তেওঁলোক আমাৰ দলত যোগদান কৰিব পাৰে।’ এইবুলিও কয় নেতাজনে। উল্লেখযোগ্য যে যোৱা সপ্তাহত মেঘালয়ৰ দায়িত্বত থকা নেতাজনে তেওঁলোকৰ দলত যোগ দিয়া দুৰ্নীতিগ্ৰস্ত নেতাক সুৰক্ষা দি কৈছিল, ‘যেতিয়ালৈকে প্ৰমাণ নহয়, তেতিয়ালৈকে সকলো নিৰ্দোষী।’ অসমতো দলটোৱে দুৰ্নীতিৰ অভিযোগ থকা ড০ হিমন্ত বিশ্ব শৰ্মাক দলত আদৰি লৈছিল আৰু তেওঁ এতিয়া ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিত্ত, শিক্ষা, তথা স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লৈ আছে।

আনহাতে আজি এখন সভাত ৰাম মাধৱে মেঘালয়ৰ বুদ্ধিজীৱীৰ সৈতেও আলোচনাত ভাগ লয়।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd