• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতাৰ সত্তৰ বছৰ পিছতো বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত বঙাইগাঁৱৰ শৌলমাৰীবাসীৰ

ইয়াছিন আলী by ইয়াছিন আলী
April 20, 2018 7:10 pm
শৌলমাৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছে হওক বা বিজেপিয়ে হওক প্ৰতিটো দলেই নিৰ্বাচনৰ আগতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।  কিন্তু প্ৰকৃতাৰ্থত সেই প্ৰতিশ্ৰুতি কেতিয়াওঁ প্ৰতিফলিত নহয় তাৰেই এক বাস্তৱ নিদৰ্শন শৌলমাৰী গাঁও।

ফলত বৰ্তমান বিজেপি চৰকাৰে এডভাণ্টেজ আছামৰ কথা কোৱাৰ দিনতে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ (বিধায়কঃ আব্দুল হাই নাগৰী) তথা সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ সোঁমাজেৰে বৈ যোৱা পোকালাগী নদীত প্ৰতি বছৰে স্থানীয় ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰি আহিছে প্ৰায় ২০০ মিটাৰ বাহৰ দলং।

Apply Now

স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ যোৱাৰ পিছতো এখন কাঠৰ দলঙো গঢ়ি নুঠিল এই নদীত। এখন উপযুক্ত দলঙৰ অভাৱৰ বাবে নদীখন দুয়ো পাৰৰ জনসাধাৰণৰ মাজত যোগাযোগত ব্যাঘাত জন্মিছে।

আনকি স্থানীয় ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে প্ৰায় ৪০-৫০ খন গাঁৱৰ লগতে ৭-৮ খন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী প্ৰতিদিনে পাৰাপাৰ হ’বলগীয়া হয়।

ইফালে বাৰিষা বানপানীয়ে বাঁহৰ সাঁকো ভাঙি পেলোৱাত সেই সময়ত জমৰ যাতনা ভুগিব লগা হয় সকলো ৰাইজে। জীৱনটো হাতৰ মুঠিত লৈ বিপদ সংকুল যাত্ৰা কৰিব লগা হয় কণ কণ শিশু তথা ছাত্ৰ-ছাত্ৰীয়ে।
লগতে নদীখনৰ সিপাৰত আছে এখন সাপ্তাহিক বজাৰ। যাৰ ফলত স্থানীয় ৰাইজৰ বজাৰলৈ যোৱাকে ধৰি বিভিন্ন ধৰণৰ সমস্যাত ভূগিব লগা হয়।

উল্লেখযোগ্য যে স্থানীয় বিধায়ক আব্দুল হাই নাগৰিকক স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো বৰ্তমানলৈকে কোনো সুফল লাভ কৰা নাই। গতিকে এতিয়া সমগ্ৰ ৰাইজে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা বি জে পি চৰকাৰক এই পোকালাগী নদীৰ ওপৰত এখন দলঙৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd