• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

স্বামীৰ সৈতে প্ৰথম সাক্ষাতৰ স্বপ্ন পৰিণত হ’ল কৰুণ মৃত্যুত

এন ই নাও নিউজ ব্যুৰো, ত্ৰিপুৰা : by এন ই নাও নিউজ ব্যুৰো, ত্ৰিপুৰা :
November 21, 2017 12:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত থকা স্বামীক লগ কৰিবলৈ অবৈধভাৱে সীমা পাৰ হৈ অহা এগৰাকী বাংলাদেশী মহিলাক স্বামীৰ পৰিয়ালে হত্যা কৰাৰ খবৰ পোৱা গৈছে। ঘটনাৰ সূত্ৰমতে এগৰাকী বাংলাদেশী মহিলাৰ ত্ৰিপুৰাৰ এজন যুৱকৰ সৈতে ছ’চিয়েল মিডিয়াৰ যোগে চিনাকি হোৱাৰ পিছত ক্ৰমে গঢ় লৈ উঠা প্ৰেমৰ সম্পৰ্কক দুয়ো টেলিফোনতে বৈবাহিক ৰূপ দিয়ে। তেওঁলোকৰ সম্পৰ্ক প্ৰায় পাঁচ বছৰ পুৰণি আছিল যদিও ইজনে সিজনক কেতিয়াও লগ পোৱা নাছিল বা স্বচক্ষে দেখা নাছিল। কিন্তু অলপতে ডুবাইত কৰ্মৰত ত্ৰিপুৰাৰ নজমুল হাচান ঘৰত আহি আছে বুলি জানিব পাৰি বাংলাদেশৰ চকবজাৰৰ চুমিয়ে নিজকে ধৰি ৰাখিব নোৱাৰিলে আৰু নজমুলক প্ৰথমবাৰৰ বাবে সোঁশৰীৰে লগ পোৱাৰ হেঁপাহেৰে সীমান্তৰ সিপাৰে মাত্ৰ কেইকিলোমিটাৰমান দূৰত থকা নজমুলৰ ঘৰলৈ বুলি মৰসাহ কৰি ৰাওনা হয়। কোনো বৈধ কাগজপত্ৰ তথা অনুমতি অবিহনেই চুমিয়ে সীমান্ত পাৰ হৈ নজমুলৰ ঘৰত উপস্থিত হয়। কিন্তু স্বামীৰে প্ৰথম সাক্ষাতৰ চুমিৰ এই স্বপ্ন পৰিণত হয় মৃত্যুৰ কৰুণতাত। যোৱা শনিবাৰে আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ জিৰ’ পইণ্টত এগৰাকী মহিলা সংকটজনকভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে, যাক পিছত চুমি আখটাৰ (২৯) বুলি চিনাক্ত কৰা হয়। অভিযোগমতে নজমুলৰ পিতৃ আৰু ভাতৃয়ে চুমিৰ ওপৰত শাৰীৰিক অত্যাচাৰ কৰাৰ পাছত সংকটজনক অৱস্থাত তেওঁক বাংলাদেশৰ সীমান্তৰ সিপাৰে পেলাই দিয়ে, যাতে ভাৰতীয় আইনৰ আওতাত ঘটনাটো বিচাৰ চলাব পৰা নাযায়। আৰক্ষীয়ে চুমিক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও তাত তেওঁৰ মৃত্যু হয়। দেওবাৰে আবেলি বিএছএফ আৰু বাংলাদেশ ব’ৰ্ডাৰ গাৰ্ডৰ মাজত এক ফ্লেগ মিটিং হয় আৰু চুমিৰ মৃতদেহ প’ষ্টমৰ্টেৰ পিছত বাংলাদেশৰ হাতত গতাই দিয়া হয়। আৰক্ষীয়ে চুমিৰ অস্বাভাৱিক মৃত্যুৰ এটা গোচৰ ৰজু কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই। কাৰণ চুমিৰ শহুৰেকৰ পৰিয়ালৰ লোকসকলে এতিয়া আত্মগোপন কৰি আছে।

Apply Now
এন ই নাও নিউজ ব্যুৰো, ত্ৰিপুৰা :

এন ই নাও নিউজ ব্যুৰো, ত্ৰিপুৰা :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd