• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হত্যাকাৰীয়ে দৃষ্টান্তমূলক শাস্তি নাপালে ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰাই যাব ৰাইজৰ : নিলোৎপলৰ পিতৃ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2018 9:49 pm
নিলোৎপলৰ পিতৃ গোপাল চন্দ্ৰ দাস

নিলোৎপলৰ পিতৃ গোপাল চন্দ্ৰ দাস। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰাৰ কথা নকওঁ কিন্তু মই আশাবাদী। বৰ্বৰহঁতৰ হাতত নাৰকীয়ধৰণে নিলোৎপল আৰু অভিজিৎ হত্যাকাণ্ডৰ বলি হোৱাৰ পাছতো যদি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয়, তেন্তে মই ভাৱো ন্যায়ৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই যাব।‘

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত হ’প ফৰ হিউমেনিটীৰ উদ্যোগত আয়োজিত এখন সংবাদমেলত উপস্থিত থাকি অতি কৰুণভাৱে এই মন্তৱ্য কৰে নিলোৎপলৰ দুৰ্ভগীয়া পিতৃ গোপাল চন্দ্ৰ দাসে।

Apply Now

নিলোৎপল আৰু অভিজিতৰ মৃত্যুৰ পাছত জনতাৰ মাজত সৃষ্টি হোৱা জাগৰণ আজি পৰ্য্যন্ত মাৰ যোৱা নাই বুলি মত প্ৰকাশ কৰাৰ লগতে তেওঁ কয়, ‘এই জাগৰণৰ জৰিয়তে কেৱল অসমতেই নহয়, গোটেই ভাৰতত আনকি পৃথিৱীৰ কোণে কোণে এটা বাৰ্তা যাব। সেই বাৰ্তাটো হ’ল যদি দোষীয়ে উচিত শাস্তি পায় তেন্তে পৃথিৱীৰ চুকে-কোণে যদি এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে ইয়াৰ এক উদাহৰণ তেওঁলোকেও ল’ব পাৰিব।‘

আনহাতে অপ-প্ৰচাৰ আৰু অন্ধবিশ্বাসক অসমৰ এক জলন্ত সমস্যা বুলি মন্তৱ্য কৰি তেওঁ লগতে কয়, ‘এই সমস্যাৰ বিৰুদ্ধে সমাজত এক জাগৰণ সৃষ্টি হৈছে। যেতিয়ালৈকে ৰাইজে এক উচিত সিদ্ধান্ত নাপায়, তেতিয়ালৈকে এই জনজাগৰণ চলি থাকিব।‘

তদুপৰি ভাৰতীয় আইন ব্যৱস্থাৰ সাল-সলনি কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে অকলে একো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব বুলি কৈ তেওঁ লগতে কয়, ‘তেওঁৰ চৰকাৰী শাসন যন্ত্ৰ আছে, ৰাজ্যৰ চৰকাৰী প্ৰতিনিধি আৰু ৰাইজৰ প্ৰতিনিধি তথা বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি একত্ৰিত হৈ ভাৰত চৰকাৰে যদি ভাৰতীয় আইন বিধিত নতুনকৈ আইন প্ৰৱৰ্তন নকৰে তেতিয়াহ’লে উন্মত্ত জনতাই মানুহ মাৰিয়েই থাকিব, অন্ধবিশ্বাসৰ সুবিধা লৈ বিভিন্ন ধৰণৰ নাৰকীয় ঘটনা ঘটায়েই থাকিব।‘

তেওঁ লগতে কয়, ‘আজি ভাৰতক উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ভিতৰত প্ৰথমত ৰাখিবলৈ যদি সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰ নহয় তথা সমাজ ব্যৱস্থা উন্নত নহয়, তেন্তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ নীতিৰ জৰিয়তে যি প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টাৰো কোনো সফলতা নাহিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd