• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

হত্যাৰ বলি হোৱা বালকৰ কিডনী কাটি নিয়াৰ অভিযোগ খণ্ডন ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ

পিনাকী দাস by পিনাকী দাস
June 27, 2018 6:24 pm
627408-560332-murder5

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত শেহতীয়াভাৱে মানৱ অংগৰ ব্যৱসায়ীৰ বাতৰিয়ে জনসাধাৰণক ভীতিগ্ৰস্ত কৰি তুলিছে। মঙলবাৰে এটা ১১বছৰীয়া বালকক নৃশংসভাৱে হত্যা কৰাৰ আগতে তাৰ কিডনী উলিয়াই লৈ যোৱাৰ এটা বাতৰি বিয়পি গৈছিল। হত্যাৰ বলি হোৱা ১১ বছৰীয়া ল’ৰাটো সীমনা আৰক্ষী থানাৰ অন্তৰ্গত ভূমিহীন কলনিৰ বাসিন্দাৰ অছিল।

অৱশ্যে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে সমগ্ৰ ঘটনাটোকে ভিত্তিহীন বুলি স্পষ্টীকৰণ দিছে।

Apply Now

গৃহ বিভাগৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী বিপ্লব দেবে বিৰোধী বিদায়ক তপন চক্ৰবৰ্তীয়ে এই বিষয়ে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত কৈছে যে হত্যাৰ বলি ল’ৰাটোৰ দেহৰ পৰা কিডনী উলিয়াই নিয়া বুলি ত্ৰিপুৰাৰ আগশাৰীৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিটো মৰণোত্তৰ পৰীক্ষাত মিছা বুলি প্ৰমাণিত হৈছে। মুখ্য মন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনাটোকে বৰ্তমানে চৰকাৰখনে ড্ৰাগ আৰু অপৰাধৰ বিৰুদ্ধে অভিযান চলাই যোৱা নতুন নব নিৰ্বাচিত চৰকাৰখনৰ মৰ্যাদা হানি কৰাৰ বাবে কোনো গোটৰ দ্বাৰা সম্পন্ন কৰা এটা সংগঠিত অপৰাধ বুলি সন্দেহ ব্যক্ত কৰিছে।

মুখ্য মন্ত্ৰীয়ে ১১ বছৰীয়া ল’ৰাটোৰ পৈশাচিক হত্যাকাণ্ডটো কোনো পধ্যেই গ্ৰহণীয় নহয় বুলি কৈছে আৰু ইয়াৰ বাবে বিধান সভাৰ সকলো সদস্য আৰু মন্ত্ৰীসকল দুখী বুলি মন্তব্য কৰে। ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত মাফিয়াবোৰৰ বিৰুদ্ধে অভিযান চলোৱা আৰু গ্ৰেপ্তাৰ কৰাৰ বাবে চৰকাৰৰ মনোযোগ সেই বিষয়ৰ পৰা আঁতৰ কৰিবলৈ অপৰাধী বিলাকে এনে জঘন্য অপৰাধ সংঘটিত কৰিছে।

বিধানসভাত মুখ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদন অনুসৰি নিহত ল’ৰাটোৰ দেহৰ পৰা কোনো অংগ-প্ৰত্যংগ আঁতৰাই নিয়া নাই।

ৰাজ্যখনত বিশেষজ্ঞ চিকিৎসকেৰে গঠিত এটা সংগঠিত অপৰাধী চক্ৰ সক্ৰিয়া হৈ থকাৰ কথাটো মুখ্য মন্ত্ৰীগৰাকীয়ে নস্যাৎ কৰে। তেওঁ আৰু কয় যে কিডনী সংৰোপিত কৰাৰ বাবে নিম্নতম বয়স হৈছে ১৮ বছৰ আৰু নিহত ল’ৰাটো হৈছে মাথোঁ ১১ বছৰ বয়সীয়া। তেওঁ আৰু কয় যে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ বাবে তেওঁ আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু মহা পৰিদৰ্শকক (আইন) নিৰ্দেশ দিছে।

তেওঁ আৰু কয় যে ওযৱা নিশা আৰক্ষীকো আক্ৰমণ কৰা হৈছিল আৰু ভিডিঅ’ ৰেকৰ্ডিঙৰ ওপৰত ভিত্তি কৰি এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান লোকজনক জেৰা কৰি থকা হৈছে বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে জনাইছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে দোষীক অতি সোনকালে কৰায়ত্ব কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰো আশ্বাস দিয়ে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd