• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৰ্ণবিল মহোৎসৱত সমবেত হ’ল নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 6, 2017 11:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী নাগালেণ্ডৰ টি আৰ জেলিয়াং, মণিপুৰৰ বীৰেণ সিং আৰু অৰুণাচল প্ৰদেশৰ প্ৰেমাখান্দুৱে কালি নাগালেণ্ডৰ কিছামাত অনুষ্ঠিত হৈ থকা হৰ্ণবিল মহোৎসৱত একেলগে মঞ্চত উপবিষ্ট হৈ চুবুৰীয়া বন্ধু হিচাপে পাৰস্পৰিক সহোগিতাৰ আহ্বান জনায়।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰিলে যদিও মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থকা মণিপুৰ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ৰ সন্মুখতে হৰ্ণবিল মহোৎসৱৰ পঞ্চম দিনা নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে কয়,-‘’ চুবুৰীয়া বন্ধু হিচাপে আমি সহযোগিতাৰে আগবাঢ়িব লাগিব কিয়নো কেবল শান্তিয়েহে আমাৰ এই অঞ্চলটোত  প্ৰগতি আৰু বিকাশ সম্ভৱ কৰি তুলিব।‘’

Apply Now

উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি জেলিয়াঙে এই অঞ্চলত অনুষ্ঠিত মহোৎসৱসমূহে বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে। একেলেথাৰিয়ে অৰুণাচলৰ টাৱাং মহোৎসৱ, মণিপুৰৰ ছাংগাই মহোৎসৱ আৰু ইয়াৰ পিছতে নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক একে যাত্ৰাতে এক বিৰল অভিজ্ঞতাৰ সুযোগ ল’বলৈ আমন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিব লাগে।

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সংস্কৃতি, পৰম্পৰা, জীৱন যাত্ৰা বা চেহেৰাৰ সাদৃশ্য আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,-‘’  সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ লগত তাল মিলাবলৈ আমাৰ এটা উমৈহতীয়া উন্নয়নৰ কৌশল ৰচনাৰ প্ৰয়োজন।‘’

এক্ট ইষ্ট পলিচিৰ সম্পৰ্কত তেওঁ কয় যে নাগালেণ্ডে ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে মিলি বিভিন্ন দিশত দ্ৰুত প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ দৃষ্টিভংগী গ্ৰহণ কৰিব।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিংঙে মণিপুৰ আৰু নাগালেণ্ড ৰাজ্য দুখন আৰু ইয়াৰ মানুহৰ মাজত বহু বেছি মিল আছে বুলি উল্লেখ কৰে।

তেওঁ ব্যৱসায়, দক্ষতা বিকাশ,বাণিজ্য, কলা, সংস্কৃতি ,চলচ্চিত্ৰ আৰু থিয়েটাৰৰ ক্ষেত্ৰসমূহত বিভিন্ন ব্যক্তি-অনুষ্ঠানসমূহৰ মাজত মত বিনিময় গঢ়ি তুলিব লাগিব। এনে বহু উন্মোচিত নোহোৱা বিষয় আছে যিবোৰত মণিপুৰ আৰু নাগালেণ্ডে চুবুৰীয়া হিচাপে যৌথভাৱে কাম কৰি সম্ভাৱনা দুৱাৰ মুকলি কৰিব লাগিব আৰু জনসাধাৰণৰ আশা-আকাংখা পূৰণৰ চেষ্টা কৰিব লাগিব।

এই অনুষ্ঠানতে আনগৰাকী মুখ্য অতিথি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে কয়,-‘’এই হৰ্ণবিল মহোৎসৱৰ জৰিয়তে কেৱল নাগালেণ্ডৰে যে প্ৰচাৰ হ’ব এনে নহয় লগতে গোটেই উত্তৰ-পূৰ্বাঞ্চলকে ই তুলি ধৰিব। ‘’ তেওঁ লগতে এই মহোৎসৱৰ আয়োজক নাগালেণ্ড চৰকাৰক ধন্যবাদ জনায়।

তেওঁ কয় যে নাগালেণ্ড আৰু অৰুণাচলৰ মাজত ইয়াৰ জনজাতি, ভাষা আৰু ৰাজনৈতিক বৈচিত্ৰতাৰ ক্ষেত্ৰত যথেষ্ট মিল আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰভূত সম্ভাৱনা আৰু প্ৰতিভা আছে যিবোৰ উলিয়াই আনি বিশ্বৰ সন্মুখত দাঙি ধৰাৰ প্ৰয়োজন আছে।

খান্দুৱে অগ্ৰজসকলে সংৰক্ষণ কৰি ৰখা পুৰণি সংস্কৃতি তথা পৰম্পৰাসমূহ আগবঢ়াই লৈ যাবলৈ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd