• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে

সভাপতি চামম by সভাপতি চামম
January 26, 2018 8:34 pm
Manipur-tricolor
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ মুখ্য মন্ত্ৰী নংথমবাম বীৰেন সিঙে আজি দেশৰ ৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ১০০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ অংশস্বৰূপে তেওঁ ইম্ফল বিমান বন্দৰত এই অভিলেখ উচ্চতাৰ পতাকা স্থাপন কৰাৰ লগতে উত্তোলনো কৰে। অনৱৰতে আলোকিত হৈ থাকিব লগীয়া এই ৰাষ্ট্ৰীয় পতাকা উচ্চতাৰ দিশত ভাৰতৰ অন্যান্য উচ্চতম ৰাষ্ট্ৰীয় পতাকাবোৰৰ মাজত স্থান পাইছে। উত্তৰ-পূবৰ ভিতৰত ইয়ে উচ্চতম ৰাষ্ট্ৰীয় পতাকা। সন্ত্ৰাসজৰ্জৰ, বিশেষকৈ ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি বিদ্ৰোহ প্ৰদৰ্শন কৰা বিভিন্ন সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ ক্ৰিয়াকলাপে ৰাজ্যখনক জৰ্জৰিত কৰি থকাৰ সময়তে দেশৰ ৰাষ্ট্ৰীয়তা তথা সাৰ্বভৌমত্বৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাৰ এনে আড়ম্বৰ তথা সন্মানীয় উত্তোলনে বিশেষ তাৎপৰ্য্য বহন কৰিছে। এই পতাকাখনৰ জোখ ৩০x২০ ফুট বুলি জানিব পৰা গৈছে। মুখ্য মন্ত্ৰীজনে উপস্থিতসকলৰ আগত একে জোখ আৰু উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা Civil Secretariat Complex তো স্থাপন কৰা হ’ব বুলি কয়।

আনহাতে আজি গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যবাসীলৈ দিয়া বাৰ্তাতো এন বীৰেন সিঙে মণিপুৰৰ শান্তি আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ সকলোকে আগ বাঢ়ি আহিবলৈ আহ্বান জনায়।

Apply Now

আজি মুখ্য মন্ত্ৰীজনে কংলা ভৱনত গণৰাজ্য দিৱসৰ প্ৰধান কাৰ্য্যসূচীতো ৰাজ্যখনৰ বিদ্ৰোহী সংগঠনবোৰক শান্তিৰ তথা মূল সুঁতিৰ সৈতে চামিল হ’বলৈ আহ্বান জনায়। উক্ত কাৰ্য্যসূচীটোত বীৰেন সিঙৰ লগতে ৰাজ্যখনৰ ৰাজ্যপাল, মন্ত্ৰী তথা বিধায়ক, আৰক্ষী বিষয়া আৰু অসামৰিক বিষয়াসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে ত্ৰিৰংগা উচ্চতাৰ দিশত সবাৰো আগত আছে ভাৰত-পাকিস্তানৰ সীমান্তৰ আটাৰি সীমান্তত থকা পতাকাখন। ইয়াৰ উচ্চতা ৩৬০ ফুট। ইয়াৰ পিছত আছে ক্ৰমে কোলহাপুৰ পতাকা (৩০৩ ফুট), ৰাঁচি (২৯৩ ফুট), হাইদৰাবাদ (২৯১ ফুট), ৰায়পুৰ (২৬৯ ফুট), ফৰিদাবাদ (২৫০), পুনে (২৩৭) ভূপাল (২৩৫ ফুট), নৱী মুম্বাই (২২২ ফুট), কটক (২১৫ ফুট), নতুন দিল্লী (২০৭ ফুট), লক্ষ্ণৌ (২০৭ ফুট) আৰু জয়পুৰ (২০৬ ফুট)।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd