• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

১৪ ডিচেম্বৰত গুৱাহাটীলৈ আহিব প্ৰসিদ্ধ গান্ধীবাদী নেতা,সামাজিক কৰ্মী আন্না হাজাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 3:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৪ ডিচেম্বৰৰত  গুৱাহাটীত আহি উপস্থিত হ’বহি প্ৰসিদ্ধ গান্ধীবাদী নেতা তথা দেশৰ বিশিষ্ট সমাজিক কৰ্মী আন্না হাজাৰে। সংসদত লোকপাল বিধেয়ক উত্থাপন কৰাৰ দাবীত গোটেই দেশজুৰি আন্দোলন গঢ়ি তোলা গান্ধীবাদী নেতাগৰাকীয়ে পূৰ্বৰ চৰকাৰে জনসাধাৰণৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰি এখন শক্তিশালী লোকপাল আইন সংসদত গ্ৰহণ নকৰাৰ বাবে নিৰাশা ব্যক্ত কৰিছিল আৰু বহুদিন ধৰি এই বিষয়ে মৌন হৈ আছিল।

আজিৰে পৰা কিছুদিন আগতে আন্না হাজাৰে ঘোষণা কৰিছিল যে এখন শক্তিশালী লোকপাল আইন অনাৰ বাবে চৰকাৰৰ ওপৰত হেচা দিবলৈ অহা ২০১৮ ৰ ২৩ মাৰ্চৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত পুনৰ আন্দোলন আৰম্ভ কৰিব। আন্নাই তেওঁৰ এই নতুন আন্দোলনৰ বাবে জনসাধাৰণৰ সমৰ্থন বিচাৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাব।

Apply Now

বিশিষ্ট সামাজিক কৰ্মী আন্না হাজাৰেই এনে উদ্দেশ্যেৰে অহা ১৪ ডিচেম্বৰত আহি গুৱাহাটীত উপস্থিত হ’বহি। টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ সদস্য দিব্যজ্যোতি শইকীয়াই এন ই নাওৰ আগত কয় যে অহা ১৪ ডিচেম্বৰৰ আবেলি ৩ বজাত আন্না হাজাৰে আহি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব। তাৰপৰা তেওঁক গুৱাহাটীৰ আৱৰ্ত ভৱনলৈ আদৰি অনা হ’ব।

গুৱাহাটীত আন্না হাজাৰেই কোনো আনুষ্ঠানিক সভা -সমিতিত অংশ নলয় যদিও সন্ধিয়াৰ ভাগত কিছু বিশিষ্ট ব্যক্তিৰে তেওঁ আৱৰ্ত ভৱনতে বাৰ্তালাপ কৰিব।

পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্য অনুসৰি আন্নাই ১৫ ডিচেম্বৰত গুৱাহাটীৰ পৰা বিমানযোগে গৈ ইটানগৰত উপস্থিত হ’ব। তাত তেওঁ এখন বিশাল ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব। ইয়াৰ পিছতে ইটানগৰত কিছু বিশিষ্ট ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰিব আৰু তাৰ পিছতে তেওঁ বিমানযোগে দিল্লীলৈ যাব।

আন্না হাজাৰেৰ এই ভ্ৰমণৰ সময়ত সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম আৰক্ষীক অনুৰোধ কৰিছে আন্নাৰ অভ্যৰ্থনাৰ সৈতে জৰিত হৈ থকা আহ্বায়ক সকলে। আন্না গুৱাহাটীত থকা সময়ছোৱাত তেওঁৰ সকলোধৰণৰ অভ্যৰ্থনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।

বিশিষ্ট সামাজিক কৰ্মী আন্না হাজাৰেই তেওঁৰ দুৰ্নীতি বিৰোধী অভিযানৰ জৰিয়তে গোটেই দেশতে আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁৰ এই দুৰ্নীতি বিৰোধী অভিযানৰ অন্যতম সংগী হিচাপে থকা অৰবিন্দ কেজৰীৱালে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু পিছলৈ ৰাজনীতিত যোগদান কৰি দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।

নিজৰ কোনো ৰাজনৈতিক আকাঙ্খা নথকা সামাজিক কৰ্মী আন্না হাজাৰেই অলপতে অভিযোগ কৰিছিল যে নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে লোকপাল আইনত সংশোধনী আনি দুৰ্নীতিৰ বিৰোধী অভিযানক দুৰ্বল কৰিব বিচাৰিছে।

আন্নাই লগতে কৈছিল যে কংগ্ৰেছ আৰু বিজেপি দুয়োটাই ঔদ্যোগীসকলৰ প্ৰতি নৰম আৰু কৃষকৰ সমস্যাৰ প্ৰতি কেতিয়াও চিন্তা নকৰে। আন্নাই শস্যৰ দৰ বৃদ্ধি কৰা আৰু এখন শক্তিশালী লোকপাল আইন প্ৰণয়ন কৰাৰ বাবে চৰকাৰক হেচা দিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd