• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৬ মে’ত বিজনীত আমছুৰ চহিদ দিৱস

ইয়াচিন আলী by ইয়াচিন আলী
May 6, 2018 9:11 pm
aamsu assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমছুৱে বিজনীত এইবাৰ চহিদ দিৱস আয়োজন কৰিব। বিজনীৰ ড° বি আৰ আম্বেদকাৰ প্ৰেক্ষাগৃহত বিজনী জিলা আমছু ( AAMSU )ৰ সভাপতি আবুল কালাম আজাদৰ সভাপতিত্বত আজি ৬ মে’ত অনুষ্ঠিত এখন সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চহিদ দিৱস অনুষ্ঠিত কৰাৰ বাবে আজিৰ সভাতে নুৰ মহম্মদ সৰকাৰক সভাপতি, দিনুল আালম আাহমেদক কাৰ্যকৰী সভাপতি আাৰু আাবুল কালাম আাজাদক সম্পাদক হিচাপে লৈ ৩১জনীয়া এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

Apply Now

দিৱস সুকলমে পৰিচালনা কৰা বাবে বিজনীবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আমছুৱে। সভাত আমছুৰ মুখ্য সাংগঠনিক সম্পাদক ইকবাল হুছেইনকে ধৰি বহুকেইজন প্ৰাক্তন আামছু কৰ্মী আাৰু বৰ্তমানৰ জিলা ও আঞ্চলিক আমছুৰ ভালেসংখ্যক প্ৰতিনিধি উপস্থিত থাকে।

উল্লেখযোগ্য যে ১৯৮০ চনৰ ২৬ মে’ত আমছুৱে সমগ্ৰ অসমৰ লগতে বিজনীতো দাবী দিৱস লৈ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰি অহা হাৰাশাস্তি বন্ধ কৰা তথা অবৈধ বিদেশীক বিতাড়ণ কৰাৰ দাবীত বিজনী চহৰৰ দেওকুৰা পাৰত কৰা আন্দোলনত আন্দোলনকাৰীক ছত্ৰভংগ দিয়াবৰ বাবে পুলিচে কৰা নিৰ্বিচাৰ গুলীচালনাত ১১ জন আন্দোলনকাৰীৰ থিতাতে মৃত্যু হৈছিল। তেতিয়াৰে পৰা আমছুয়ে এই দিনটো চহিদ দিৱস পালন কৰি আহিছে।

আজিৰ সভাত অংশগ্ৰহণ কৰি বিজনী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা সেই সময়ত আন্দোলনত অংশগ্ৰহণ কৰা ধীৰেশ বৰ্মনে কয় যে অসমখন আজিও সেই ৮০ দশকৰ দৰেই আছে। আজিও বিদেশী সমস্যাৰ সমাধান নহ’ল।

আজিও চহিদ পৰিয়ালে ন্যায় নাপালে বুলি আক্ষেপ কৰি আমছুৰ প্ৰতিষ্ঠাপক কৰ্মী তথা সেইসময়ত বিজনীত এই আন্দোলনৰ গুৰিধৰোঁতা নুৰমহম্মদ সৰকাৰে কয় যে ৮০ৰ আন্দোলনত আহত্সকলৰ অসম চৰকাৰে চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল আৰু প্ৰতিবাদকাৰীক বিজনী দুতুৰীৰ পৰা ৰে’লেৰে পশ্চিম বংগৰ কোচবিহাৰ, শিলিগুৰি আদিলৈ নি চিকিৎসা কৰিব লগা হৈছিল।

অসমখন অস্থিৰ কৰাৰ উদ্দেশ্যে এচাম দুষ্ট চক্ৰই ৰাজ্যত আইছিছৰ পতাকা উৰুৱাই থকা বুলি ঘটনাটোক আমছুয়ে ধিক্কাৰ দিয়াৰ লগতে অনতি পলমে দোষীক গ্ৰেপ্তাৰ কৰিবৰ বাবে চৰকাৰক দাবী জনায়।

ইয়াচিন আলী

ইয়াচিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd