• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

৮ বছৰত শ্বিলং অসামৰিক চিকিৎসালয়ত পঞ্জীয়ন ৮,৫০০ৰো অধিক কেঞ্চাৰ ৰোগী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 12:30 pm
Shillong-civil-hospital
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় স্বাস্থ্য বিভাগে সদৰী কৰিছে এক ভয়ংকৰ তথ্য। ৰাজ্যখনৰ কেৱল শ্বিলং অসামৰিক চিকিৎসালয়তে ২০১০ চনৰ পৰা এতিয়ালৈ কেঞ্চাৰ বিভাগত মুঠ ৮৫৩০ গৰাকী ৰোগীৰ নাম পঞ্জীয়ন হৈছে। ইয়াৰে ৩০৪১ গৰাকী কেঞ্চাৰ ৰোগীয়ে ২০১২ চনৰ পৰা চলিত বছৰৰ মাৰ্চ মাহলৈ ৰেডিয়েশ্যন থেৰাপী গ্ৰহণ কৰিছে।

উল্লেখ্য যে ২০১৭ চনলৈকে পঞ্জীয়ন হোৱা কেঞ্চাৰ ৰোগীসকলৰ ভিতৰত ৫২৯১ গৰাকী পুৰুষ আৰু ৩০৪৭ গৰাকী মহিলা। আৰু ইয়াৰে ২০১২ চনৰ পৰা আজি পৰ্যন্ত ৰেডিয়েশ্যন থেৰাপী গ্ৰহণ কৰা ৰোগীৰ ভিতৰত ২০০২ গৰাকী পুৰুষ আৰু ১০৩৯ গৰাকী মহিলা।

Apply Now

সোমবাৰে বিধানসভাৰ অধিৱেশনত এই স্বাঞ্চল্যকৰ তথ্য সদৰী কৰিছে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এ এল হেকে। পূব শ্বিলঙৰ কংগ্ৰেছ বিধায়ক এম্পাৰীন লিংড’ৱে কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগীসকলক আৰ্থিক সহায় তথা চিকিৎসা প্ৰদান কৰাৰ ওপৰত চৰকাৰক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে বিধানসভাৰ মজিয়াত এই প্ৰসংগতো উথ্থাপন কৰিছিল। আৰু ইয়াৰ উত্তৰতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উক্ত তথ্য সদৰী কৰে।

ইয়াৰ উপৰি স্বাস্থ্য মন্ত্ৰী হেকে কেঞ্চাৰ ৰোগীসকলৰ সকলো ধৰণৰ সুবিধা তথা বিনামূলীয়াকৈ ঔষধ-পাতি শ্বিলং অসামৰিক চিকিৎসালয়ত যোগান ধৰা হৈছে বুলিও সদনৰ মজিয়াত উল্লেখ কৰে।

ৰাজ্যৰ চিকিৎসালয় সমূহৰ আসোঁৱাস সমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে, আৰু এই আসোঁৱাহ সমূহ দূৰ কৰাৰ লগতে স্বাস্থ্য খণ্ডৰ উন্নয়ন সাধন কৰাৰ বাবে আমি সমাজৰ সকলো শ্ৰেণীৰ লোকৰে পৰামৰ্শ লৈ কাম কৰাৰ প্ৰয়াস কৰিম বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

আনহাতে স্বাস্থ্য মন্ত্ৰী হেকে জনায় যে নতুনকৈ প্ৰৱৰ্তন হোৱা স্বাস্থ্য বিমা আঁচনি ‘মেঘা’ৰ জৰিয়তে ৰাজ্যখনৰ কেঞ্চাৰ ৰোগীসকলৰ উপৰি বহুতো লোক যথেষ্ট উপকৃত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd