• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঙিয়া-তামুলপুৰ-ভূটান পথত ভূটানৰ ট্ৰাক চালকৰ দৌৰাত্ম্য : দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক জব্দ আৰক্ষীৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 2, 2018 7:54 am
ভূটানী ট্ৰাক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত  ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ বিভিন্ন স্থানত ভূটানৰ ট্ৰাক চালকৰ দৌৰাত্ম্যত ৰাইজ অতিষ্ঠ হৈ পৰিছে। ভুটানী ট্ৰাকৰ চলাচলে সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাত ভাৰতীয় পথচাৰী তথা অন্য যানবাহনৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে।

তীব্ৰ বেগী ভূটানী ট্ৰাক বা অন্য ভুটানী বাহনৰ চালকৰ দৌৰাত্মাৰ বাবেই ৰঙিয়া-তামুলপুৰ-ভূটান পথত সঘনাই সংঘটিত হৈ আহিছে পথ দুর্ঘটনা। দেওবাৰেও দিনৰ ভাগত ৰঙিয়াৰ বালাগাঁওত  ৰৈ থকা টেম্প’ এখনত তামুলপুৰ-ভূটান অভিমুখী বি পি-২ বি-০০৭৩ নম্বৰৰ ভুটানী ট্ৰাক এখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

Apply Now

ঘটনাটো প্ৰত্যক্ষ কৰি কেইজনমান স্থানীয় লোকে ট্ৰাকখনক ৰখাবলৈ ইংগিত দিয়ে। কিন্ত ট্ৰাক চালকজনে এই  ইংগিত অমান্য কৰি তীব্ৰ বেগত ভূটানৰ দিশে গতি কৰি পলায়ন কৰে। ট্ৰাক চালক জনৰ এই কাৰ্যত ক্ষুণ্ণ হৈ অৰ্ধ শতাধিক মটৰ চাইকেলেৰে ট্ৰাকখনৰ পিছে পিছে ৰাইজে খেদি যায়।

ইপিনে এই খৱৰ তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে লাভ কৰি তামুলপুৰ থানাৰ সমুখত খাপ পিতি থাকি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত ট্ৰাকখন ৰখাবলৈ নিৰ্দেশ দিয়ে। তামুলপুৰ আৰক্ষীৰ নিৰ্দেশকো অমান্য কৰি ট্ৰাক চালকজনে তীব্ৰ বেগে পলায়ন কৰে। লগে লগে তামুলপুৰ আৰক্ষীয়ে ট্ৰাকখনৰ বিষয়ে কুমাৰীকাটা আৰক্ষী চকীত খৱৰ দিয়ে।

কুমাৰীকাটা  আৰক্ষী চকীৰ এটি দলে আহি  ৰঙিয়া-ভূটান পথৰ জামগুৰী চকত উপস্থিত হয়। জামগুৰী চকত আৰক্ষীয়ে ট্ৰাকখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও ট্ৰাক চালকজনে আৰক্ষীৰ নিৰ্দেশক পুনৰ অমান্য কৰে আৰু ভূটান ৰাষ্ট্ৰৰ ছানদ্ৰুপ ঝংখাৰৰ ফালে পলায়ন কৰে।

ট্ৰাক চালকজনৰ এনে উদ্ভাণ্ডালি দেখি ৰাইজে ট্ৰাকখনক উদ্দেশ্যে শিলাবৰ্ষণ কৰে। ফলত ট্ৰাক চালক জন তেজেৰে তুমুৰলি হৈ পৰাৰ উপৰি ট্ৰাকখনৰ সন্মুখৰ আইনাখন ভাঙি যায়। আহি আহি ট্ৰাক খনে কুমাৰীকাটাৰ পথৰ দাঁতিত থকা এডাল গছত তীব্ৰ জোৰে খুন্দা মাৰে আৰু ট্ৰাকখন দুর্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঁহত হয় ট্ৰাক খনৰ চালক জন। পিছে পিছে খেদি যোৱা আৰক্ষীৰ দলে লগে লগে ট্ৰাকখন জব্দ কৰে আৰু আহত চালক জনক উদ্ধাৰ কৰি কুমাৰীকাটা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। পিছত উন্নত চিকিৎসাৰ বাবে ট্ৰাক চলকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd