• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক চলচ্চিত্ৰৰ জৰিয়তে মানিক সৰকাৰক পৰাজিত কৰাৰ পৰিকল্পনা বিজেপিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2018 11:43 am
লাল চৰকাৰ চলচ্চিত্ৰ

লাল চৰকাৰ চলচ্চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত শাসনাধীষ্ঠ বাওমৰ্চা চৰকাৰক পৰাজিত কৰিবলৈ ভাৰতীয় জনতা দলে ‘লাল চৰকাৰ’ নামৰ এখন হিন্দী ৰাজনৈতিক চলচ্চিত্ৰৰ সহায় ল’বলৈ আগবাঢ়িছে। ‘দ্য প্ৰিন্ট’ত এই কথা প্ৰকাশ পাইছে।

সূত্ৰসমূহে জনোৱা মতে মানিক সৰকাৰৰ চৰকাৰখনৰ বিষয়ে এক কটু মন্তব্য থকা চলচ্চিত্ৰখনে জানুৱাৰিৰ শেহৰ পিনে মুক্তি পাব। বাওঁমৰ্চা শাসিত ত্ৰিপুৰাত অহা মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Apply Now

বিজেপিৰ সাহায্যত নিৰ্মিত চলচ্চিত্ৰখনৰ নামটো বহু আলোচনাৰ অন্তত স্থিৰ কৰা হয় বুলি সূত্ৰসমূহে জানিবলৈ দিছে। দলটোৱে এই চলচ্চিত্ৰখন চিপিআই (এম) চৰকাৰখনৰ নীতি তথা কাৰ্যসূচীসমূহক সমালোচনা কৰিবলৈ ব্যৱহাৰ কৰিব।

আনষ্ঠানিকভাৱে যদিও বিজেপিয়ে চলচ্চিত্ৰখনৰ সৈতে কোনো সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে, দলৰ আভ্যন্তৰীণ সূত্ৰই কয় যে চলচ্চিত্ৰখন ৰাজ্যৰ নিৰ্বাচনত ইয়াৰ পৰিকল্পনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ নিকা ভাৱমূৰ্তিৰ বিপৰীতে বিজেপিয়ে প্ৰত্যাক্ৰমণৰ কোনো সুৰুঙা বিচাৰি নোপোৱাৰ পৰিপ্ৰেক্ষিতত এই চলচ্চিত্ৰখনে ত্ৰিপুৰাৰ শাসন ব্যৱস্থাৰ এটা ‘ভিন্ন ব্যাখ্যা’ দাঙি ধৰাত দলক সহায় কৰিব।

‘’চলচ্চিত্ৰ হৈছে এটি শক্তিশালী মাধ্যম আৰু ইয়াৰ জৰিয়তে বহু কথা ক’ব পাৰি। জনসাধাৰণৰ মনত ই পেলাব পৰা প্ৰভাৱ আন কোনো মাধ্যমৰে নাই। আমি এখন চলচ্চিত্ৰৰ মাজেৰে ত্ৰিপুৰাৰ পৰিস্থিতিটো দাঙি ধৰাৰ চেষ্টা কৰিছো,’’-চলচ্চিত্ৰখনৰ সৈতে জড়িত হৈ থকা এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

লাল চৰকাৰৰ বাংলা আৰু ত্ৰিপুৰাৰ জনজাতীয় ভাষা ককবৰকত  বৰ্ণনা তথা সংলাপসমূহ লিখি দিয়া হ’ব।

হাসটাগ ফিল্মে প্ৰযোজনা কৰা ১০৫ মিনিটৰ চলচ্চিত্ৰখনে দৰিদ্ৰতা, নিবনুৱা সমস্যা, মহিলাৰ সুৰক্ষা, ৰাজনৈতিক হত্যা, মানৱ সৰবৰাহ, এমএনৰেগাৰ কেলেংকাৰী আদি বিষয়বোৰৰ ওপৰত আলোকপাত কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd