• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যপাল হেপতুল্লাৰ ভাষণেৰে মণিপুৰ বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

ছভাপতি ছামম by ছভাপতি ছামম
February 3, 2018 9:44 am
manipur-assembly

মণিপুৰ বিধানসভা ভৱন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীঙমেইৰং বিধানসভা চৌহদত মণিপুৰ বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনা শুকুৰবাৰে ৰাজ্যখনৰ ৰাজ্যপাল নাজমা হেপতুল্লাই ভাষণ দিয়ে।

তেওঁৰ ভাষণত ৰাজ্যপাল ড০ হেপতুল্লাই স্বীকাৰ কৰে যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত থকা আৱেগিক তথা উন্নয়নমূলক ব্যৱধান নিৰ্মূল কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাইছে।

Apply Now

তেওঁ লগতে নিজৰ ভাষণত ‘মিয়াম‌গি নুমিট’ (ৰাইজৰ দিন) আৰু ‘হিল লীডাৰছ ডে’ৰ অধীনত ‘ৰাইজৰ সৈতে নিয়মিত আৰু নিৰ্দ্ধাৰিত মত-বিনিময়’ কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাইজৰ নেতাসকলৰ সৈতে প্ৰতি মাহত দুদিন মত বিনিময় কৰে। ‘হিল লীডাৰছ ডে’ত প্ৰতি মাহৰ ১০ তাৰিখে আৰু ‘মিয়াম্গি নুমিট’ প্ৰতি মাহৰ ১৫ তাৰিখে অনুষ্ঠিত হয়। বিজেপি নেতৃত্বাধীন চৰকাৰখনে ২০১৭ ৰ মাৰ্চত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা এই কাৰ্যসূচী চলি আছে।

আইন শৃংখলা সম্পৰ্কত ৰাজ্যপালগৰাকীয়ে কয় যে চৰকাৰে উগ্ৰপন্থী গোটসমূহক মুলসুঁতিলৈ ঘুৰাই অনাৰ লক্ষ্যৰে আলোচনাৰ বাবে দুৱাৰ খোলা ৰাখিছে।

এই বছৰ বিভিন্ন উগ্ৰপন্থী গোটৰ প্ৰায় ৭৫ গৰাকী সদস্যই আত্মসমৰ্পন কৰিছে। একে সময়তে চৰকাৰে বহুদিন ধৰি পৰি থকা ৰাজ্যিক মানৱ অধিকাৰ আয়োগ উজ্জীৱিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

মহিলাৰ বিৰুদ্ধে বৰ্দ্ধিত অপৰাধৰ মোকাৱিলা কৰিবলৈ এখন ফাষ্ট ট্ৰেক কোৰ্ট স্থাপনৰ লগতে পূব ইম্ফলত তিনিখন নতুন ‘ফেমিলি কোৰ্ট’ স্থাপন কৰা হৈছে।

খাদ্য সুৰুক্ষাৰ বিষয়ে উল্লেখ কৰি তেওঁ সদনত জনায় যে চৰকাৰে বৰ্তমান অগ্ৰাধিকাৰ ভিত্তিত আৰু অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত ২২,৪৭,৫৪৮ গৰাকী হিতাধিকাৰীলৈ মাহিলী ৰেচন আগবঢ়াইছে।

শিক্ষা খণ্ডত চৰকাৰে আগন্তুক বৰ্ষত ২০ কোটি টকা ব্যয় সাপেক্ষে পাঁচখন জিলাত আদৰ্শ বিদ্যালয় স্থাপনৰ ব্যৱস্থা লৈছে।

শক্তি খণ্ডত তেওঁ কয় যে লোকপিয়লৰ গণনা অনুসৰি থকা ২,৫৮২ খন গাওঁৰ ভিতৰত ২,৪৫৭ খন গাওঁলৈ ইতিমধ্যে বিদ্যুৎ যোগান ধৰিছে। বাকী ২৫ খন গাওঁক ২০১৯ ৰ ভিতৰত সামৰি লোৱা হ’ব।

শনিবাৰ আৰু দেওবাৰে কোনো কাৰ্যসূচী নোহোৱাৰ বাবে সদন সোমবাৰলৈ স্থগিত ৰখা হয়।

কাৰ্যসূচী অনুসৰি অহা ২৩ ফেব্ৰুৱাৰীত বাজেট অধিৱেশনৰ সামৰণি পৰিব।

ছভাপতি ছামম

ছভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd