• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ৫ লাখ কৰ্মচাৰীক অৱজ্ঞাৰ অভিযোগ শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ

ৰাজীব দত্ত by ৰাজীব দত্ত
June 25, 2018 9:16 pm
IMG-20180625-WA0020
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদে ইয়াৰ সদ্য সমাপ্ত  ২৬সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত অভিযোগ কৰিছে যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ৫ লাখ কৰ্মচাৰীক চৰম অৱজ্ঞা কৰিছে। কৰ্মচাৰী পৰিষদে সকীয়াই দিছে যে যদিহে চৰকাৰে এই মনোভাৱ ত্যাগ নকৰে, তেন্তে অনাগত সময়ত চৰকাৰে ইয়াৰ প্ৰতিফল পাব।

আমগুৰি ৰাজহুৱা ভৱনত অনুষ্ঠিত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ ২৬সংখ্যক দ্বিবাৰ্ষিক আৰু আমগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশনত গোট খোৱা বিশিষ্ট অতিথিসকলৰ আগত প্ৰদান কৰা এটা ভাষণত সদৌ অসমৰ কৰ্মচাৰী পৰিষদৰ ভূতপূৰ্ব সচিব তথা বৰ্তমানৰ উপদেষ্টা নাথে এইদৰে কয়। এই অধিৱেশনখন দেওবাৰে সমাপ্ত হয়।

Apply Now

তেওঁ আৰু কয় যে তেওঁ আৰু কয় যে চৰকাৰ সলনি হৈছে কিন্তু অসমৰ সমস্যা একেদৰেই আছে। তেওঁ আৰু কয় যে ৰাজ্যখনৰ ৪১হাজাৰ কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, ভোটাৰ তালিকা প্ৰস্তুতকৰণ, আদি কামত পৰম ঐকান্তিকতাৰে দিন ৰাতি একাকাৰ কৰি খাতি আছে।

কিন্তু চৰকাৰে এতিয়াও তেওঁৰ চৰকাৰে এতিয়াও ত্ৰুটিপূৰ্ণ দৰমহা গাঁথনি (defective pay rule) ঠিক কৰা নাই।

মুকলি অধিৱেশনত সভাপতিত্ব কৰিছিল শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিজয়কৃষ্ণ দত্তই।মুকলি অধিৱেশন উদ্বোধন কৰে আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৌচুমী চেতিয়াই। বৈঠকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, আছুৰ শিক্ষা সম্পাদক শৰত হাজৰিকা, এছকেএপিৰ সম্পাদক ফকৰুদ্দিন আহমেদ উপস্থিত আছিল।

আদিৰে পৰা অন্তলৈকে আঁত ধৰিছিল শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক ভাস্কৰ নাথে অনুষ্ঠানটোত। আমগুৰি লেখিকা সমাৰোহ সমিতিয়ে এটা সমৱেত সংগীত পৰিৱেশন কৰিছিল। সভাত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ পূৰ্বৰ নেতা অনন্ত কাকতী, নাজমুল হুছেইন আৰু নগেন দাসক সম্বৰ্ধনা জনোৱা হয়। দিনজোৰা অনুষ্ঠানটো আৰম্ভণি কৰা হয় আমগুৰি আউনিআটীয়া হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যুগল কিশোল ফুকনে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ উদ্বোধন কৰে। প্ৰথম দিনৰ কাৰ্যসুচীত আছিল পতাকা উত্তোলন, স্মৃতি তৰ্পণ, আৰু আমগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদ আৰু শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি সভা।

ৰাজীব দত্ত

ৰাজীব দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd