• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাম মন্দিৰৰ পুৰোহিত হ’ব খুজিছে নেকি? কি কি অৰ্হতাৰ প্ৰয়োজন? নিযুক্তি কেনেকৈ হ’ব? সকলো জানি লওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2023 11:01 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ জানুৱাৰী মাহত মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। ইয়াৰ পূৰ্বে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে এই মন্দিৰৰ পুৰোহিতৰ পদৰ বাবে বিজ্ঞাপন প্ৰচাৰ কৰিছে।

ইতিমধ্যে বিজ্ঞাপনটোৱে বিপুল সঁহাৰি পাইছে। ৰাম মন্দিৰ ন্যাসৰ এজন বিষয়াই কয় যে মাত্ৰ ২০টা খালী পদৰ বাবে কমেও ৩০০০ প্ৰাৰ্থীয়ে আবেদন কৰিছিল! কিন্তু সকলোৱে নিযুক্তি নাপাব। অতি জটিল হ’ব এই নিযুক্তি প্ৰক্ৰিয়া।

Apply Now

ন্যাসৰ বিষয়াসকলে জনোৱা মতে, ৩ হাজাৰ আবেদনকাৰীৰ ভিতৰত প্ৰথম অৱস্থাত ২০০ প্ৰাৰ্থীক মেধাৰ ভিত্তিত নিৰ্বাচিত কৰা হৈছে। তেওঁলোকৰ সাক্ষাৎকাৰ লোৱা হ’ব। ন্যাসে সাক্ষাৎকাৰৰ জৰিয়তে ২০০ জনৰ ভিতৰত ২০ জন প্ৰাৰ্থীক বাছনি কৰিব। 

অযোধ্যাৰ কাৰ্ছেৱকপুৰমত থকা বিশ্ব হিন্দু পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব সাক্ষাৎকাৰৰ। সাক্ষাৎকাৰসমূহ পৰিচালনাৰ বাবে তিনিজনীয়া এটা পেনেল গঠন কৰা হৈছে। পেনেলত উপস্থিত থাকিব বৃন্দাবনৰ পুৰোহিত জয়কান্ত মিশ্ৰ আৰু অযোধ্যাৰ দুই মহন্ত – মিথিলেশ নন্দিনী সাৰণ আৰু সত্যনাৰায়ণ দাস।

সাক্ষাৎকাৰত কি কি প্ৰশ্ন সুধিব? ন্যাসৰ কোষাধ্যক্ষ গোবিন্দ দেৱ গিৰীয়ে কয়, “সন্ধ্যাবন্দন কি, ইয়াৰ পদ্ধতি কি আৰু এই পূজাৰ মন্ত্ৰ কি? ভগৱান ৰামক পূজা কৰাৰ মন্ত্ৰ কি আৰু ইয়াৰ বাবে কি কি কৰ্মৰ প্ৰয়োজন? এই ধৰণৰ প্ৰশ্ন পৰীক্ষাৰ্থীক সোধা হ’ব।”

সাক্ষাৎকাৰত নিৰ্বাচিত ২০ জন প্ৰাৰ্থীক পুৰোহিত হিচাপে নিযুক্তি দিয়া হ’ব। ইয়াৰ পিছত প্ৰদান কৰা হ’ব ছমাহৰ আৱাসিক প্ৰশিক্ষণ। প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত তেওঁলোকক ৰাম মন্দিৰৰ বিভিন্ন পুৰোহিতৰ পদত নিযুক্তি দিয়া হ’ব। ২০ জনৰ তালিকাত নিৰ্বাচিত নহ’লেও আন প্ৰাৰ্থীসোলে আৱাসিক প্ৰশিক্ষণ লোৱাৰ সুযোগ লাভ কৰিব। অযোধ্যাৰ শীৰ্ষ সন্তসকলে এই প্ৰশিক্ষণৰ বাবে ইতিমধ্যে ধৰ্মীয় পাঠ্যক্ৰম প্ৰস্তুত কৰিছে।

প্ৰশিক্ষণৰ সময়ত প্ৰাৰ্থীসকলে বিনামূলীয়াকৈ খাদ্য আৰু থকাৰ ব্যৱস্থা লাভ কৰিব। তদুপৰি তেওঁলোকে বৃত্তি হিচাপে প্ৰতিমাহে ২০০০ টকা লাভ কৰিব। ট্ৰাষ্টৰ কোষাধ্যক্ষ গোবিন্দ দেৱ গিৰীয়ে এই প্ৰাৰ্থীসকলক প্ৰশিক্ষণৰ পিছত বিশেষ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে। 

ভৱিষ্যতে যদি কোনো পুৰোহিতৰ পদ খালী হয় বা অযোধ্যাৰ ৰাম মন্দিৰত নতুন পদৰ সৃষ্টি হয়, তেন্তে এই প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰাৰ্থী সকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd