• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল বিশ্বনাথৰ নৃত্য শিল্পীৰ দল

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 3, 2018 6:32 am
IMG_20180502_161938
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় কল্পতৰু ফেষ্টিভেল -২০১৮ ত শ্ৰেষ্ঠতা প্ৰদৰ্শনেৰে অসমলৈ  গৌৰব কঢ়িয়াই আনিলে বিশ্বনাথৰ নৃত্যাঞ্জলী কলা নিকেতনৰ শিক্ষাৰ্থীসকলে।

ৰাষ্ট্ৰীয় কল্পতৰু ফেষ্টিভেল -২০১৮ ত  অনুষ্ঠিত প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলিৰ নৃত্যাঞ্জলী কলা নিকেতনৰ পৰা যোগদান কৰা ১১ জনীয়া দলটোৰ ভিতৰৰ জুনিয়ৰ শাখাত সত্ৰীয়াৰ একক নৃত্যত জংকী বৰাই প্ৰথম শ্ৰেষ্ঠ, ময়ুৰাক্ষী বাঢ়ৈয়ে দ্বিতীয় আৰু জনশ্ৰুতি কলিতাই তৃতীয় শ্ৰেষ্ঠৰ খিতাপ দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

Apply Now

একেদৰে ছিনিয়ৰৰ শাখাত ঋতুষ্মিতা কৃষ্ণাত্ৰেয়ই প্ৰথম, বিদূষী কাশ্যপে দ্বিতীয় আৰু  তৃতীয় স্থানেৰে প্ৰিয়া দত্তই  অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

দ্বৈত শাখাৰ প্ৰতিযোগিতাতো জুনিয়ৰ শাখাত বেষ্ট অফ দ্য বেষ্ট ৰ খিতাপ দখল কৰিছে বিদূষী কাশ্যপ আৰু অংকিতা বৰাই l একেদৰে ছিনিয়ৰ শাখাটো বেষ্ট অফ দ্যা বেষ্ট ৰ খিতাপ দখল কৰিছে ঋতুষ্মিতা কৃষ্ণাত্ৰেয় আৰু প্ৰিয়া দত্তই ৷

নৃত্যাঞ্জলী কলা নিকেতনৰ গুৰু  তথা বিশ্বনাথ চাৰিআলিৰ বিএড কলেজৰ প্ৰৱক্তা অংকুমণি কপিলৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰা আৰু কপিলৰ নেতৃত্বতে পুনেলৈ গৈ এই দলটোৱে এনেদৰে অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে ৷

নৃত্যাঞ্জলি কলা নিকেতনৰ শিক্ষাৰ্থীৰ  সাফল্যত বিশ্বনাথ চাৰিআলিৰ বিভিন্ন দল -সংগঠন আৰু ৰাইজে আদৰণি জনাইছে l তদুপৰি, নৃত্যাঞ্জলী কলা নিকেতনৰ অধ্যক্ষ ডাঃ লোহিত শৰ্মায়ো কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

নৃত্যাঞ্জলী কলা নিকেতনৰ গুৰু  অংকুমণি কপিলৰ প্ৰচেষ্টাৰ প্ৰতি শলাগ লৈছে অভিভাৱকৰ লগতে সমগ্ৰ বিশ্বনাথ বাসী ৰাইজে। বৰ্তমান সময়ত অসমৰ সত্ৰীয়া নৃত্যক বৰ্হিৰাজ্যৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এক বিশেষ পৰিচয় আগবঢ়োৱা বাবে ৰাজ্য চৰকাৰে লব লগা বিশেষ পদক্ষেপৰ লগতে এই ক্ষেত্ৰত সহায় সহযোগিতাৰ যথেষ্ট প্ৰয়োজন আছে বুলি ব্যক্ত কৰিছে অভিভাৱকৰ লগতে  নিকেতন খনৰ গুৰু  অংকুমণি কপিলে |

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd