• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

ৰিঅ’ এন ডি পি পিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত : সকলো পক্ষলৈ দলৰ ধন্যবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 8:22 pm
Neiphiu-Rio

নেইফিঅ’ ৰিঅ’

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ নৱগঠিত ৰাজনৈতিক দল তথা পৰৱৰ্তী চৰকাৰ গঠন কৰিব লগীয়া মৰ্চাৰ প্ৰধান দল নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি, চমুকৈ এন ডি পি পিয়ে আজি সৰ্বসন্মতভাৱে দলটোৰ নেতা নিৰ্বাচন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ক। দলটোৰ এটা সূত্ৰই এই কথা এন ই নাওক জানিবলৈ দিয়ে।

এন ডি পি পি-বিজেপি মৰ্চাৰ মুখ্য মন্ত্ৰী পদৰো প্ৰাৰ্থী ৰিঅ’ক আজি বিধায়িনী দলটোৰ প্ৰথমখন বৈঠকতে দলটোৰ নেতা নিৰ্বাচন কৰা হয়। দলটোত ১8জন বিধায়ক আছে। ক’হিমাৰ এখন হোটেলত এই সভাখন অনুষ্ঠিত হৈছিল।

Apply Now

বৈঠকখনত ৯টা বিষয়ত সিদ্ধান্তত উপনীত হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিছে। নিৰ্বাচনৰ সৈতে জড়িত থকা সকলো তিক্ত অভিজ্ঞতাক এৰি নাগালেণ্ডৰ বৃহত্তৰ স্বাৰ্থত সকলোকে এক হৈ কাম কৰি যাবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশকে ধৰি সকলো ধৰণৰ বিকাশ আৰু শান্তিৰ বাবে কাম কৰি যাবলৈ আহ্বান জনোৱা হয়।

এন ডি পি পিৰ বিধায়িনী দলে জানিবলৈ দিয়ে যে ভাৰত-নাগা ৰাজনৈতিক সংকট হ’ব দলটোৰ শীৰ্ষতম গুৰুত্ব দিব লগীয়া বিষয়।

এটা  বিবৃতিৰ জৰিয়তে দলটোৱে কয় যে ইতিবাচক পৰিৱৰ্তন অনা, সুপ্ৰশাসন প্ৰদান কৰা, নিকা প্ৰশাসন আৰু বিকাশৰ এটা নতুন ধাৰা অনাৰ বাবে দলটোৱে দৃঢ়ভাৱে কাম কৰিব। ‘দলটোৱে মেধাৰ আৰু ন্যায়ৰ শাসন চলোৱাৰ লগতে ভি আই পি সংস্কৃতি এৰাই চলিব।’

দলটোৱে নাগা ৰাইজৰ বৃহত্তৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰি যাব আৰু নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰিব। আনহাতে নাগালেণ্ডৰ ভোটাৰসকলক নেইফিঅ’ ৰিঅ’ নেতৃত্বাধীন এন ডি পি পি-বিজেপিৰ মিত্ৰজোঁটক দিয়া তেওঁলোকৰ জনাদেশৰ বাবে আন্তৰিক ধন্যবাদ দিয়ে দলটোৱে। বৈঠকত প্ৰধান মন্ত্ৰী মোদীকো তেওঁৰ সমৰ্থন আৰু নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰা হয়। দলটোৱে দলৰ সকলো তৃণমূল পৰ্য্যায়ৰ কৰ্মীসকলকো তেওঁলোকে কৰা কষ্টৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে দলটোৱে দেশৰ নিৰ্বাচন আয়োগৰ লগতে আৰক্ষী, ন্যায়িক পক্ষবোৰক সফলভাৱে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে আৰু লগতে গীৰ্জা, হোহো, সামাজিক সংগঠন, বেচৰকাৰী সংগঠন আদিকো  ধন্যবাদ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd