• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ প্লাণ্টত ভয়াৱহ বিস্ফোৰণঃ এজন শ্ৰমিক নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2023 6:16 pm
explosion at Indian Oil Corporation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্নাইৰ এক ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ প্লাণ্টত আজি সংঘটিত হয় এক ভয়াৱহ বিস্ফোৰণ।

চহৰখনৰ টণ্ডিয়াৰপেট অঞ্চলত থকা ইণ্ডিয়ান অইলৰ প্লাণ্টত হয় এই বিস্ফোৰণ।

Apply Now

বিস্ফোৰণত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

মেৰামতিৰ সময়ত দুটা ইথানল টেংকত বিস্ফোৰণ হোৱাৰ ফলত এই ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বিস্ফোৰণৰ পিছতে পাঁচখন অগ্নি নিৰ্বাপক বাহন তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰু নিয়ন্ত্ৰণ কৰে।

নিহত শ্ৰমিকজনক পেৰুমল বুলি চিনাক্ত কৰা হৈছে। বিস্ফোৰণত তেওঁৰ থিতাতে মৃত্যু হয়।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনজন শ্ৰমিকক কৰ্তৃপক্ষই উদ্ধাৰ কৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি স্থানীয় এজন বিষয়াই জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

October 19, 2026 7:23 pm
উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd