DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ: নিহত এগৰাকী সন্ত্ৰাসবাদী সদস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2022 9:07 pm
Terrorist killed in J&K
88
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে চলি থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অংশ হিচাপে আজি পুৱা আন এক অভিযানত বাৰামুলা জিলাত এগৰাকী সন্ত্ৰাসবাদী সদস্য নিহত হয়।

এক আৱাসিক এলেকাত দুগৰাকী সন্ত্ৰাসবাদী সদস্যই আশ্ৰয় লৈ থকাৰ সম্ভেদ পোৱাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে এক অভিযান চলায়।

নিৰাপত্তাৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে অভিযানৰ সময়ত দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়। আনহাতে জীৱিত অৱস্থাত থকা আনগৰাকী সন্ত্ৰাসবাদীৰ সন্ধান চলি বুলি আৰক্ষীয়ে সদৰি কৰিছে।

এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি জিলাখনৰ ক্ৰেৰী অঞ্চলৰ ৱানিগাম বালাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল।

সেনা-আৰক্ষীৰ যুটীয়া বাহিনীয়ে এনকাউণ্টাৰ স্থানৰ কাষত থকা এটা মছজিদৰ সুৰক্ষাৰ বাবে নূন্যতম গোলাবাৰুদ ব্যৱহাৰ কৰিছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

মছজিদত যাতে কোনো ক্ষয়-ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মছজিদৰ সন্মুখত নিৰাপত্তাৰক্ষীয়ে ব্যৱহাৰ কৰা বুলেটপ্ৰুফ বাহনবোৰ ৰখা হৈছিল বুলি তেওঁ লগতে কয়।

ইফালে এই অভিযানৰ সমসাময়িকভাৱে নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ পৰা লস্কৰ-ই-তৈবা সংগঠনৰ সৈতে সম্পৰ্কিত দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

Recent News

Assamese language

অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd